VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘লক্ষ্য’ দলিত , বিধানসভা নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশৰ সন্ত ৰবিদাস মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 12, 2023
in ৰাজনীতি
‘লক্ষ্য’ দলিত , বিধানসভা নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশৰ সন্ত ৰবিদাস মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

সেই কৌশল কৰ্ণাটকত চাৰিমাহ পূৰ্বে দুৰ্ভাগ্যজনকভাৱে বিফল হৈছিল। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে জাতি-ধৰ্মভিত্তিক ভোটবেংকক ‘অস্ত্ৰ’ কৰাৰ লগতে বৃহৎ বৃহৎ চৰকাৰী প্ৰকল্প ঘোষণা  কৰিবলৈ পৰিকল্পনা কৰিছে ৷ তেওঁলোকৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়ন প্ৰকল্পৰ আশ্বাসেৰে  নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য ভ্ৰমণ কৰিব ৷ এইবাৰ মধ্যপ্ৰদেশৰ সন্ত ৰবিদাস মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

 

শনিবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাত মন্দিৰটো উদ্বোধন কৰিব । ভক্তি আন্দোলনত কবি আৰু গীতিকাৰ হিচাপে ৰবিদাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত তেওঁৰ বৃহৎ অনুগামী আছিল। এতিয়াও দলিতসকলৰ মাজত তেওঁক পূজা কৰা হয়। গুৰু গ্ৰন্থ চাহাবতো তেওঁৰ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে। গতিকে পঞ্জাৱৰ শিখসকলৰ মাজতো ৰবিদাস জনপ্ৰিয়। প্ৰসংগক্ৰমে মধ্যপ্ৰদেশৰ সাগৰ আৰু সংলগ্ন বুণ্ডেলখণ্ড জিলাতো শিখ জনসংখ্যা যথেষ্ট বেছি ৷

 

চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ আগতে প্ৰায় ১০০ কোটি টকা খৰচ কৰি সন্ত ৰবিদাস মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। প্ৰায় ১০ হাজাৰ বৰ্গমিটাৰ মাটিত ‘নাগৰা’ শৈলীৰ স্থাপত্য অনুসৰি নিৰ্মাণ হ’ব এই মন্দিৰ। চৰকাৰী সূত্ৰৰ মতে, মন্দিৰৰ আধাৰশিলা স্থাপনৰ উপৰিও সাগৰত মোদীয়ে এখন ৰাজহুৱা সভাও অংশগ্ৰহণ কৰিব। প্ৰসংগক্ৰমে ২০১৯ চনত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই দিল্লীৰ সন্ত ৰবিদাস মন্দিৰ পুনৰ নিৰ্মাণৰ উদ্যোগ লৈছিল।

Previous Post

অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!

Next Post

বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওপৰত কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব বিচাৰিছে, এইবাৰ মোডীৰ বিৰুদ্ধে সৰৱ মমতা বেনার্জী

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
ৰাজনীতি

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

August 30, 2023
Next Post
বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওপৰত কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব বিচাৰিছে, এইবাৰ মোডীৰ বিৰুদ্ধে সৰৱ মমতা বেনার্জী

বিজেপিয়ে নিৰ্বাচন আয়োগৰ ওপৰত কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিব বিচাৰিছে, এইবাৰ মোডীৰ বিৰুদ্ধে সৰৱ মমতা বেনার্জী

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7