VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰ গুৱাহাটী – পলাশবাৰী পৌৰসভা নিৰ্বাচনত কোনে মাৰিলে শেষ হাঁহি !

voicedesk by voicedesk
March 9, 2022
in ৰাজনীতি
উত্তৰ গুৱাহাটী – পলাশবাৰী পৌৰসভা নিৰ্বাচনত কোনে মাৰিলে শেষ হাঁহি !
0
SHARES
102
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়৷ উত্তৰ গুৱাহাটীৰ ৭ টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থীকেইগৰাকী বিজয়ী হৈছে৷ আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা  ব্যৱস্থাৰ মাজত উত্তৰ গুৱাহাটীৰ ৩ টা আৰু পলাশবাৰীৰ আটাইকেইটা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷ গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ উত্তৰ গুৱাহাটীৰ তিনিওটা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ একেদৰে উত্তৰ গুৱাহাটীৰ দহোটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰে৷

আনহাতে পলাশবাৰী পৌৰসভাৰ ৭ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদ (এজেপি)এ ২ টা ৱাৰ্ডত আৰু অসম গণ পৰিষদ (অগপ)এ ৰ টা ৱাৰ্ডত জয়লাভ কৰে৷ দুয়োখন পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীৰ তালিকাখন তলত দিয়া ধৰণৰ–

 

উত্তৰ গুৱাহাটী পৌৰসভা

ঝুমা চাকমা, বিজেপি, ১ নং  ৱাৰ্ড

বনমালী হাজৰিকা, বিজেপি, ২ নং ৱাৰ্ড

নমিতা কাকতি, বিজেপি, ৩ নং ৱাৰ্ড

তিলক দাস, বিজেপি, ৪  নং ৱাৰ্ড

বিকাশ বড়ো, বিজেপি, ৫ নং ৱাৰ্ড

গণেশ বৰুৱা, বিজেপি, ৬ নং ৱাৰ্ড

অমিয়া দাস, বিজেপি, ৭ নং ৱাৰ্ড

মানবী বৰুৱা, বিজেপি, ৮ নং ৱাৰ্ড

অনামিকা ডেকা, বিজেপি, ৯ নং ৱাৰ্ড

গিৰিশ¸ মেধি, বিজেপি, ১০ নং ৱাৰ্ড

পলাশবাৰী পৌৰসভা

উপমা দাস, অগপ, ১ নং ৱাৰ্ড

বুবু দাস, বিজেপি ২ নং ৱাৰ্ড

ঋণা দাস কলিতা, বিজেপি, ৩ নং ৱাৰ্ড

নৱজীত দাস, বিজেপি, ৪ নং ৱাৰ্ড

সুধন্ন চন্দ্ৰ কলিতা, এজেপি, ৫ নং ৱাৰ্ড

কৰবী কলিতা, বিজেপি, ৬ নং ৱাৰ্ড

হিমাংশু কলিতা, বিজেপি, ৭ নং ৱাৰ্ড

 

মিনু দেৱী কলিতা, বিজেপি, ৮ নং ৱাৰ্ড

ভাস্কৰ কুমাৰ, বিজেপি, ৯ নং ৱাৰ্ড

অৰূপ দাস, এজেপি, ১০ নং ৱাৰ্ড

Previous Post

ধলপুৰৰ ঐতিহাসিক শিৱ মন্দিৰত উদ্ধাৰ প্ৰাচীন শৈল ভাস্কর্য

Next Post

গুৱাহাটীৰ প্ৰশাসনিক সভাত আত্ম-সহায়ক গোটে যোগান ধৰিব লঘু আহাৰ , কাৰ কাৰ মাজত হ’ল চুক্তি

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
গুৱাহাটীৰ প্ৰশাসনিক  সভাত আত্ম-সহায়ক গোটে যোগান ধৰিব লঘু আহাৰ , কাৰ কাৰ মাজত হ’ল চুক্তি

গুৱাহাটীৰ প্ৰশাসনিক সভাত আত্ম-সহায়ক গোটে যোগান ধৰিব লঘু আহাৰ , কাৰ কাৰ মাজত হ’ল চুক্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7