VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিৰোধীৰ মন্ত্ৰ-পৰিয়ালৰ, পৰিয়ালৰ দ্বাৰা আৰু পৰিয়ালৰ বাবে, বিৰোধী ঐক্যক সমালোচনা প্ৰধানমন্ত্ৰীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 18, 2023
in ৰাজনীতি
বিৰোধীৰ মন্ত্ৰ-পৰিয়ালৰ, পৰিয়ালৰ দ্বাৰা আৰু পৰিয়ালৰ বাবে, বিৰোধী ঐক্যক সমালোচনা প্ৰধানমন্ত্ৰীৰ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  বিৰোধীৰ বৈঠকক লৈ সৰৱ হৈ পৰিছে ৷বেংগালুৰুত বিজেপি বিৰোধী দলসমূহৰ দ্বিতীয়খন বৈঠক আৰম্ভ হোৱাৰ পূর্বে এই বৈঠকক সমালোচনা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে৷ বিৰোধীৰ বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলক তেওঁ ‘দুৰ্নীতিগ্ৰস্ত’ বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে বিৰোধী দেশ নহয়, পৰিয়ালহে আটাইতকৈ গুৰুত্বপূৰ্ণ।

 

 

মঙলবাৰে পুৱা প’ৰ্ট ব্লেয়াৰৰ বীৰ সাৱৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন ভৱন উদ্বোধন অনুষ্ঠানত কাৰ্যতঃ উপস্থিত আছিল প্ৰধানমন্ত্ৰীগৰাকী। ভাৰ্চুৱেল মাধ্যমেৰে তেওঁ ভৱনটো উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ বেংগালুৰুত সমবেত হোৱা বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰে ৷তেওঁ কয়, “তেওঁলোকে পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে। দেশ নহয়। দুৰ্নীতি তেওঁলোকৰ প্ৰেৰণা।  যিমানেই ডাঙৰ দুৰ্নীতি কৰিব  সিমানেই সভাত তেওঁৰ আসনখন গুৰুত্বপূৰ্ণ হৈ পৰিব ।”

 

ইয়াৰ পূৰ্বে সোমবাৰৰ বৈঠকক লৈ বিৰোধী পক্ষক ঠাট্টা-মস্কৰা কৰিছিল বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই। তেওঁ কয়, ‘বিৰোধীৰ এই বৈঠক হৈছে দুৰ্নীতিগ্ৰস্তৰ সমাৱেশ। তেওঁলোকৰ কোনো স্থিৰতা নাই।” তেওঁ দাবী কৰে যে বিৰোধীৰ কোনো চেহেৰা নাই। কোনো নীতি নাই। ইয়াৰ কিছু ঘণ্টাৰ ভিতৰতে বিৰোধী বৈঠক সন্দৰ্ভত মোডীয়ে কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ।

 

মঙলবাৰে বিৰোধীৰ বৈঠকত খনন কৰি মোডীয়ে কয় যে, ‘এয়া কঠোৰ দুৰ্নীতিগ্ৰস্ত লোকৰ অধিৱেশন। বিৰোধীৰ মন্ত্ৰ, পৰিয়ালৰ, পৰিয়ালৰ দ্বাৰা আৰু পৰিয়ালৰ বাবে। বংশগত ৰাজনীতিৰ বলি হৈছে দেশ। যোৱা ৯ বছৰত আমি পুৰণি চৰকাৰৰ ভুলবোৰ শুধৰাই দেশৰ জনসাধাৰণক নতুন সুযোগ দিছো। দেশত গঢ়ি তোলা হৈছে এক উন্নয়নৰ আৰ্হি। ই ‘সকলোৰে সৈতে উন্নয়ন’ৰ আৰ্হি।“মঙলবাৰে বেংগালুৰুৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈ আছে ২৬টা বিজেপি

 

 

Previous Post

৪৫ বছৰৰ পাছত যমুনাৰ পানীয়ে স্পর্শ কৰিলে তাজমহলৰ দেৱাল

Next Post

মানহানিৰ গোচৰঃ ৰাহুলৰ কাৰাগাৰৰ শাস্তি স্থগিতকৰণৰ বিচৰা আবেদনৰ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
ৰাজনীতি

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

August 30, 2023
Next Post
মানহানিৰ গোচৰঃ ৰাহুলৰ কাৰাগাৰৰ শাস্তি স্থগিতকৰণৰ বিচৰা আবেদনৰ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি

মানহানিৰ গোচৰঃ ৰাহুলৰ কাৰাগাৰৰ শাস্তি স্থগিতকৰণৰ বিচৰা আবেদনৰ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7