VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইণ্ডিয়ান মুজাহিদীন- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগেৰে বিৰোধী ‘ইণ্ডিয়া’ক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

voicedesk by voicedesk
July 25, 2023
in ৰাজনীতি
ইণ্ডিয়ান মুজাহিদীন- ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগেৰে বিৰোধী ‘ইণ্ডিয়া’ক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ক আক্ৰমণ কৰাৰ সময়ত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰিলে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ প্ৰসংগ। একে সময়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত তুলনা কৰিছে ‘ইণ্ডিয়া’ক। তেওঁ কয় “কেৱল ‘ইণ্ডিয়া’ নাম ল’লেই একো নহয়।”

 

মণিপুৰক লৈ বিৰোধীৰ অবিৰত প্ৰতিবাদৰ বাবে স্থগিত ৰখা হৈছে সংসদৰ অধিৱেশন। প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী সৰব হৈ পৰিছে ‘ইণ্ডিয়া’। বিৰোধী মিত্ৰজোঁটে লোকসভাত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিব পাৰে। এনে পৰিস্থিতিত মঙলবাৰে পুৱা ৰাজধানীত বিজেপি সংসদীয় দলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীয়ে। সেই বৈঠকত মোডীয়ে বিৰোধী মিত্ৰজোঁটক ঠাট্টা-মস্কৰা কৰিছিল। সংসদীয় দলৰ বৈঠকত মোডীয়ে কয়, ‘কেৱল‘ইণ্ডিয়া’ৰ নাম ল’লেই একো নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীতো ‘ইণ্ডিয়া’ শব্দটো আছিল। ইণ্ডিয়ান মুজাহিদীনতো আছে  ‘‘ইণ্ডিয়া’ৰ নাম  ।’  কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই কয় যে মণিপুৰক লৈ তেওঁলোকে আলোচনা কৰিব বিচাৰে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথাহে কৈ আছে ৷

 

বৈঠকৰ অন্তত বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে কয় –‘আমি আমাৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত। ২০২৪ চনত আমি পুনৰ ক্ষমতালৈ আহিম। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডিয়ান নেচনেল কংগ্ৰেছ আৰু ইষ্ট ইণ্ডিয়া কোম্পানী বিদেশীয়ে সৃষ্টি কৰিছিল। এতিয়া মানুহে ইণ্ডিয়ান মুজাহিদীন, ইণ্ডিয়ান পিপলছ ফ্ৰণ্টৰ দৰে নাম ৰাখিছে। বাহিৰৰ পৰা কিবা এটা চোৱা আৰু  ভিতৰলৈ গৈ তাৰ প্ৰকৃত অৰ্থ বুজি পোৱাটো সম্পূৰ্ণ বেলেগ।” বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কয়, ”ভাৰতীয় জাতীয় কংগ্ৰেছ আও হিউমে সৃষ্টি কৰিছিল, তেওঁ এজন বিদেশী। মুজাহিদীসকলে নিজকে ইণ্ডিয়ান মুজাহিদীন বুলি কয়। পি এফ আইৰ সম্পূৰ্ণ নাম পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া। যিকোনো বস্তুৰ লগত ‘ইণ্ডিয়া’ শব্দটো সংলগ্ন কৰাটো এটা ফেশ্বন হৈ পৰিছে। “

 

২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডীৰ শক্তিক উৎখাত কৰিবলৈ বিজেপিৰ বিৰোধী দলসমূহে একত্ৰিত হৈছে। বেংগালুৰুত বিৰোধী দলৰ এখন বৈঠকত মিত্ৰজোঁটৰ নাম ‘‘ইণ্ডিয়া’’ (Indian National Developmental Inclusive Alliance) হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে মোদীয়ে বিৰোধীৰ মিত্ৰতাক আক্ৰমণ কৰিছিল। সেইবাৰ তেওঁ কৈছিল, “নব্বৈৰ দশকৰ পৰা কংগ্ৰেছে ৰাজনৈতিক মিত্ৰতাৰ সহায় লৈ দেশত অস্থিৰতা সৃষ্টি কৰিছে৷  কেতিয়াবা চৰকাৰ বনোৱা হয়, কেতিয়াবা বাদ দিয়া হয়। ই হৈছে দুৰ্নীতি আৰু বংশবাদৰ সমন্বয়। যদি কাৰোবাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়, তেন্তে তেওঁলোকে বিৰোধী মিত্ৰজোঁটৰ সুবিধা লাভ কৰে।”

 

Previous Post

পৃথিৱীৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক তমান্না, কোনে তেওঁক এই উপহাৰ দিলে?

Next Post

টেষ্টত প্ৰথম ‘মেন অৱ দ্য মেচ’ বঁটা, কাক কৃতিত্ব দিলে চিৰাজে ?

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
টেষ্টত প্ৰথম ‘মেন অৱ দ্য মেচ’ বঁটা,  কাক কৃতিত্ব দিলে চিৰাজে ?

টেষ্টত প্ৰথম ‘মেন অৱ দ্য মেচ’ বঁটা, কাক কৃতিত্ব দিলে চিৰাজে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7