VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ  বিশ্বস্ত টিএমচিৰ  শক্তিশালী নেতা অনুব্ৰত মণ্ডল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 19, 2022
in ৰাজনীতি
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

তৃণমূল কংগ্ৰেছৰ বীৰভূম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলে আজি পুৱা পশ্চিম বংগত গৰু চোৰাং ব্যৱসায়ৰ গোচৰৰ চলিত তদন্ত সন্দৰ্ভত চমন এৰাই চলি কলকাতাৰ চিবিআই কাৰ্যালয়ত উপস্থিত হয় ৷  পুৱা ৯:৫০ বজাত কলকাতাৰ কেন্দ্ৰীয় তদন্ত সংস্থাৰ নিজাম পেলেচ কাৰ্যালয়ৰ দুৰ্নীতি বিৰোধী শাখাত উপস্থিত হৈছিল মণ্ডল।

জানিব পৰা মতে  চিবিআইৰ ওচৰত এনে কিছু কল ৰেকৰ্ড আৰু নথিপত্ৰ আছে যাৰ ভিত্তিত মণ্ডলক সোধা-পোছা কৰা হ’ব। টিএমচি নেতাজনে ২১ মে’লৈকে তেওঁলোকৰ পৰা সময়  বিচৰাৰ পিছত প্ৰথমবাৰৰ বাবে আজি  হাজিৰ হৈছে চিবিআইৰ সন্মুখত ।

কলিকতা উচ্চ ন্যায়ালয়ে যোৱা মাহত গৰু চোৰাং ব্যৱসায়ৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতেই মণ্ডলক কোনো সুৰক্ষা ব্যৱস্থা নল’বৰ আদেশ দিয়াৰ  পিছতে চিবিআইয়ে চমন জাৰি কৰিছিল ৷ উল্লেখযোগ্য যে ৬ এপ্ৰিলত, মণ্ডলক চৰকাৰী এছএছকেএম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ২২ এপ্ৰিলত ডিচচাৰ্জ কৰা হৈছিল। তেতিয়াৰ পৰা, চিবিআইয়ে তেওঁৰ নামত  দুবাৰকৈ চমন জাৰি কৰিছিল – এবাৰ গৰু চোৰাং ব্যৱসায়ৰ গোচৰৰ সন্দৰ্ভত আৰু আন বাৰ বংগত নিৰ্বাচনোত্তৰ হিংসাৰ বাবে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ  বিশ্বস্ত ৬১ বছৰীয়া টিএমচিৰ  শক্তিশালী নেতা অনুব্ৰত মণ্ডল । ২০২০ চনৰ ২১ ছেপ্টেম্বৰত চিবিআইয়ে পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত অবৈধ গৰু ব্যৱসায়ৰ সন্দৰ্ভত বিএছএফৰ কমাণ্ডেণ্ট সতীশ কুমাৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

তদন্তৰ সময়ত অনুব্ৰত মণ্ডলৰ নাম উত্থাপিত হৈছিল আৰু চিবিআইয়ে দীৰ্ঘদিন ধৰি তেওঁক প্ৰশ্ন কৰিবলৈ চেষ্টা কৰি আছিল।

 

Previous Post

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

Next Post

এহেজাৰৰ ঘৰ অতিক্ৰম, পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ মূল্য

Related Posts

উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ  সঞ্জয় ৰাউতক এনফর্চমেণ্টৰ চমন, কেতিয়া কৰা হ’ব জেৰা !!
ৰাজনীতি

উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতক এনফর্চমেণ্টৰ চমন, কেতিয়া কৰা হ’ব জেৰা !!

June 27, 2022
মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”
ৰাজনীতি

মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”

June 25, 2022
বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে
ৰাজনীতি

বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে

June 23, 2022
আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ
ৰাজনীতি

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ

June 23, 2022
কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?
ৰাজনীতি

কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?

June 21, 2022
কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে
ৰাজনীতি

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

June 17, 2022
Next Post
এহেজাৰৰ ঘৰ অতিক্ৰম, পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ মূল্য

এহেজাৰৰ ঘৰ অতিক্ৰম, পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ মূল্য

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7