VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ বিভিন্ন ৰাজ্যত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ

voicedesk by voicedesk
November 1, 2021
in শাৰদ বিশেষ, ৰাজনীতি
ভাৰতৰ বিভিন্ন ৰাজ্যত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংগালোৰত উপস্থিত হৈ নিৰ্মাণ হ’বলগীয়া অসম ভৱন স্থান পৰিদৰ্শন কৰে। যাৱতীয় কাম কাজৰ অনুমতিৰ বাবে বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শীঘ্ৰেই অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মুখ্য মন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰে।

ইতিমধ্যে কলিকতাৰ ৰাছেল ষ্ট্ৰীট, নতুন দিল্লীৰ দ্বাৰকা, পুডুচেৰী, হাইদৰাবাদ, চণ্ডীগড় আদি দেশৰ বিভিন্ন ঠাইত অসম ভৱন নিৰ্মাণৰ স্থান নিশ্চিত কৰা হৈছে। অতি শীঘ্ৰেই নিৰ্মাণ কাৰ্য্য আৰম্ভ হ’ব।

ৰাজ্যসমূহত অসম ভৱনৰ নিৰ্মাণে চিকিৎসা বা ভ্ৰমণৰ খাতিৰত বহিঃ ৰাজ্যলৈ যোৱা অসমৰ লোকসকলক সকাহ প্ৰদান কৰিব।ইতিপূৰ্বে কেৱল দিল্লী, কলিকতা, শ্বিলং, চেন্নাই আৰু মুম্বাইত অসম ভৱন আছে। অনাগত সময়ত দেশৰ প্ৰতিখন ৰাজ্যতে অসম ভৱন নিৰ্মাণ হ’ব বুলি অসমবাসী ৰাইজ আশাবাদী।

 

Previous Post

বেজবৰুৱা বৃদ্ধসেৱা সংস্থাৰ উদ্যোগত জুৰিপাৰস্থ জীয়াজুৰি বিবাহ ভৱনত সজাগতা সভা সম্পন্ন:

Next Post

প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা বিমানত কি কি সুবিধা আছে জানেনে?

Related Posts

প্ৰবন্ধ

পশ্চিম অসমৰ পুঁহ – মাঘৰ সংক্ৰান্তিত ‘ সোণাৰায় পূজা

January 13, 2025
অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত
প্ৰবন্ধ

অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত

December 24, 2024
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো

December 10, 2024
এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো

November 29, 2024
বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান
প্ৰবন্ধ

বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

November 26, 2024
আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন
প্ৰবন্ধ

আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন

October 16, 2024
Next Post
প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা বিমানত কি কি সুবিধা আছে জানেনে?

প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা বিমানত কি কি সুবিধা আছে জানেনে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7