VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা বিমানত কি কি সুবিধা আছে জানেনে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in মুখ্য সংবাদ
প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা বিমানত কি কি সুবিধা আছে জানেনে?
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিবলৈ শেহতীয়াকৈ ক্ৰয় কৰিছে এখন বিলাসী বিমান। বয়িং 777 ভি ভি আই পি এয়াৰক্ৰাফ্টখনক সৰ্বতোপ্রকাৰে বিলাসী কৰি তোলাৰ লগতে অত্যধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এয়াৰ ইণ্ডিয়া ওৱান নামেৰে পৰিচিত বিমানখনত বিশেষকৈ সুৰক্ষাৰ দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা পুৰণি 749 বিমানৰ সলনি বিগত বৰ্ষৰ পৰা এই বয়িং 777 বিমান ব্যৱহাৰ কৰা হৈছে। এয়াৰ ইণ্ডিয়া এই বিমানৰ মালিক আছিল যদিও বিমানখন ইতিমধ্যে ভাৰতীয় বায়ু সেনাক অৰ্পণ কৰা হৈছে। বিমানখন নিৰ্মান কৰোঁতে ব্যয় হৈছে 8400 কোটি টকা। বি 777 বিমান খনত আছে অত্যাধুনিক মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা। যাক লাৰ্জ মিছাইল এয়াৰক্ৰাফ্ট The B777 ইনফ্ৰেয়াৰ্ড কাউণ্টাৰ মিজাৰ চিষ্টেম আৰু চেল্ফ প্ৰটেকচন চুইটছ হিচাপে জনা যায়।

বিমানখনত অশোক স্তম্ভৰ ছবি থকাৰ লগতে ভাৰত শব্দটো ইংৰাজী আৰু হিন্দী ভাষাত লিখা আছে। ভাৰতীয় বায়ু সেনাৰ পাইলতে এই বিমানখন পৰিচালনা কৰে। বিমানখনে ভাৰতৰ পৰা আমেৰিকা পৰ্যন্ত একেৰাহে যাব পাৰে। ইন্ধন ভৰোৱাৰ বাবে কতো ৰখাব লগীয়া নহয়। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা বিমানখনৰ সৈতে একেধৰণৰ সুৰক্ষা ব্যৱস্থা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বর্তমান ব্যৱহাৰ কৰা বিমানখনত।

আনহাতে যথেষ্ট আহল বহল বিমান খনত আছে আন কেইবাটাও সুবিধা। আকাশত ভ্ৰমণ কৰি থকাৰ সময়তো মোদীয়ে বিমানখনৰ পৰাই কৰিব পাৰে চৰকাৰী কাম কাজ। ইয়াৰ বাবে আছে সুকীয়া কাৰ্যালয় কোঠা। বিষয় ববীয়াৰ সৈতে আলোচনাত বহিবলৈ আছে কেইবাটাও কনফেৰেন্স কক্ষ।

2020 চনৰ ফেব্ৰুৱাৰীত আমেৰিকাই এই দুই প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতক 190 নিযুত ডলাৰত বিক্ৰী কৰিবলৈ সন্মত হৈছিল।বিমান খনত আছে এডভান্সড কমিউনেকচন চিষ্টেম। টেক্সাছৰ চেণ্ট এন্টনিঅত বিমানখনত বিশেষ সুৰক্ষা ব্যৱস্থা সংযোজিত কৰা হৈছে। 2020 চনৰ জুলাই মাহত এই বিমানখনৰ নিৰ্মান সম্পূৰ্ণ কৰি ভাৰতক অৰ্পণ কৰাৰ কথা আছিল যদিও কভিড মহামাৰীৰ বাবে নিৰ্মান কাৰ্য যথেষ্ট পলমকৈ সম্পূৰ্ণ হয়। যোৱা 26 মাৰ্চত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তৰ্জাতিক ভ্ৰমণৰ বাবে এই বিমানখন ব্যবহাৰ কৰে। কোভিডৰ পাছত প্ৰথমবাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ ওৱান বিমানেৰে মোদীয়ে বাংলাদেশে ভ্ৰমণ কৰিছিল।

Previous Post

ভাৰতৰ বিভিন্ন ৰাজ্যত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ

Next Post

গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে অসম লেখিকা সংস্থাৰ গিৰিবালা চৌধুৰী বঁটা‌ প্ৰদান ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
জনপ্ৰিয় খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান কে.এফ.চিৰ নতুন ‘চেলিব্ৰেচন বাকেট’
মুখ্য সংবাদ

গভীৰ ৰাতি আপোনাৰো ভোক লাগে নেকি ? কিয় এনে হয় জানো আহক

February 7, 2023
Next Post
গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে অসম লেখিকা সংস্থাৰ গিৰিবালা চৌধুৰী বঁটা‌ প্ৰদান ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান

গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে অসম লেখিকা সংস্থাৰ গিৰিবালা চৌধুৰী বঁটা‌ প্ৰদান ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

February 8, 2023
আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7