VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 7, 2023
in বিজ্ঞান
সূর্য্য অভিমুখী আদিত্য-এল১-এ তুলিলে ছেলফি , লগতে তুলিলে পৃথিৱী আৰু চন্দ্ৰৰ ফটো
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰথমখন সৌৰ বাহন আদিত্য-এল১ সূৰ্য্যৰ ফালে আগবাঢ়িছে। ইছৰোৱে ২ ছেপ্টেম্বৰত এই মহাকাশযানখন উৎক্ষেপণ কৰিছিল। বাটত ইছৰোৰ সৌৰযানৰ কেমেৰাই পৃথিৱী আৰু চন্দ্ৰৰ ছবিও বন্দী কৰিলে ৷

 

আদিত্য-এল১ৰ কেমেৰাই তোলা ছবিখন ইছৰোৱে টুইট কৰে। যোৱা ৪ ছেপ্টেম্বৰত তুলিছিল এই ফটোখন। মহাকাশযানখনে নিজেই লোৱা ছবিখনত দুটা পেলোড দেখা গৈছিল। ভিইএলচি আৰু এছইউআইটি পেলোড আদিত্য-এল১ৰ কেমেৰাত বন্দী কৰা হৈছিল।

 

ইয়াৰ উপৰিও সৌৰ যানখনৰ কেমেৰাই পৃথিৱী আৰু চন্দ্ৰৰ ফটোও তুলিছিল। পৃথিৱীখনক অতি বৃহৎ পৰিসৰত দেখা যায়। নীলা ৰংটোও স্পষ্ট। অৱশ্যে আদিত্য-এল১-এ অতি সৰু আকাৰত চন্দ্ৰক কেমেৰাত বন্দী কৰিছিল। ইছৰ’ই চন্দ্ৰক কাঁড়ৰে চিহ্নিত কৰি স্থান নিৰ্ণয় কৰাত সহায় কৰিছিল।

 

অন্ধ্ৰ প্ৰদেশৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সূৰ্য্যৰ ফালে উৎক্ষেপণ কৰা হৈছিল আদিত্য-এল১। সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ লেগ্ৰেঞ্জ বিন্দু বা এল১ বিন্দু এই সৌৰ যানখনৰ গন্তব্যস্থান। পৃথিৱীৰ পৰা কমেও ১৫ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিব সৌৰযানখনে । এই পথটো অতিক্ৰম কৰিবলৈ ১২৫ দিন সময় লাগিব। পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পিছত সৌৰ যানখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰলৈ যাব। এই প্ৰক্ৰিয়াত ১৬ দিন সময় লাগিব পাৰে।

Previous Post

বাইডেন, ছুনাক, ট্ৰুডো: জি-২০ৰ সময়ত বিশ্ব নেতাসকল কোন হোটেলত কৰিব নৈশযাপন ?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ
বিজ্ঞান

চন্দ্ৰত মহাকাশচাৰীক জীয়াই ৰাখিব পাৰা শক্তিৰ উৎস উদ্ভাৱন বিজ্ঞানীৰ

September 10, 2023
চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!
বিজ্ঞান

চন্দ্ৰৰ পাছত লক্ষ্য সূর্য্যঃ ইছৰোৱে সফলতাৰে উৎক্ষেপন কৰিলে আদিত্য-এল১, কেনেদৰে ই কৰিব অধ্যয়ন !!

September 2, 2023
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
বিজ্ঞান

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

August 29, 2023
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
বিজ্ঞান

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

August 22, 2023
স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে
বিজ্ঞান

স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে

August 21, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7