VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাকাশলৈ যাব ভাৰতীয়, ‘গগনযানৰ সফল পৰীক্ষন ইছৰ’ৰ

voicedesk by voicedesk
February 21, 2024
in বিজ্ঞান
মহাকাশলৈ যাব ভাৰতীয়, ‘গগনযানৰ সফল পৰীক্ষন ইছৰ’ৰ
0
SHARES
87
VIEWS
Share on FacebookShare on Twitter

ইছৰ’ই আৰম্ভ কৰিছে ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া। সেই অভিযানৰ নাম ৰখা হৈছে ‘গগনযান’।  এই অভিযানৰ জটিল ইঞ্জিনৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে পৰীক্ষা সম্পন্ন কৰে। এই পৰীক্ষাটো সফলতা লাভ কৰিছে ইছৰ’ৱে ৷ অর্থাৎ ইছৰ’ই ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ’ল।

 

বুধবাৰে ইছৰ’ই এক্স হেণ্ডলৰ জৰিয়তে কয় – ‘গগনযান’ৰ চিই২০ ক্ৰাইজেনিক ইঞ্জিন সফলতাৰে পৰীক্ষা কৰা হৈছে। এই ইঞ্জিনৰ জৰিয়তে মহাকাশচাৰীসকলক ‘গগনযান’ৰ বিশেষ পৰ্যায়ত শক্তি প্ৰদান কৰিব ৷” ইছৰোৱে কয় যে ইঞ্জিনটোৱে ‘ক্ৰাইজেনিক’ পৰ্যায়ত কাৰ্যক্ষম হ’ব, যেতিয়া পৰিৱেশৰ উষ্ণতা অত্যন্ত নিম্নগামী হ’ব ৷

 

লঞ্চ ভেহিকেল মাৰ্ক ৩ (LVM3) হৈছে ইছৰোৰ মহাকাশচাৰীক গগনযান অভিযানত প্ৰেৰণ কৰা বাহন। যোৱা বছৰৰ পৰা ইছৰ’ই গগনযান’ৰ একাধিক সঁজুলি পৰীক্ষা কৰি আহিছে। সেই তালিকাত ক্ৰাইজেনিক ইঞ্জিন পৰীক্ষণ সপ্তম স্থানত আছে। এই পৰীক্ষা তামিলনাডুৰ মহেন্দ্ৰগিৰিত সফলতাৰে সম্পন্ন হৈছে। ফলত ক্ৰাইজেনিক ইঞ্জিনটোৱে ‘মানৱ ৰেটিঙ’ৰ স্তৰ অতিক্ৰম কৰিছে। এতিয়া সেই ইঞ্জিনত উঠিবলৈ মানুহৰ কোনো বাধা নাই। একে সময়তে ইছৰ’ই কয় যে গগনযানক মাটিত থকাৰ সময়ত প্ৰয়োজনীয় পৰীক্ষাৰ ভিতৰত ক্ৰাইজেনিক পৰীক্ষাটোৱেই আছিল শেষ পৰীক্ষা। এই পৰ্যায়ত আৰু কোনো পৰীক্ষা বাকী নাই।

 

 

পৃথিৱীৰ সিপাৰে ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কক্ষপথলৈ মানুহক প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ইছৰোৱে। বিভিন্ন পৰ্যায়ত ইয়াৰ পৰীক্ষা চলি আছে। প্ৰথমে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰিব ‘ব্যমমিত্ৰ নামৰ মহিলা ৰবট। সেই অভিযান সফল হ’লে মানুহক মহাকাশলৈ পঠিওৱা হ’ব।

 

১৯৮৪ চনৰ ৩ এপ্ৰিলত ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ এখন মহাকাশযানেৰে মহাকাশলৈ যাত্ৰা কৰি এক নজিৰ গঢ়ি তুলিছিল। অৱশ্যে এইবাৰ ভাৰতীয়সকলে মহাকাশলৈ যাবলৈ আন দেশৰ নহয়, নিজৰ দেশৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। এই অভিযানৰ বিফলতাৰ লগতে ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ ভাগ্যৰ কথাও মনত ৰাখি ইছৰোৱে মহাকাশচাৰীসকলক কেনেকৈ নিৰাপদে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি তাৰো ব্যৱস্থা কৰিছে।

 

Previous Post

প্ৰৱঞ্চক! ! অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক গ্ৰেপ্তাৰ

Next Post

পার্কিঙ মাছুলৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি, মহানগৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ব্যৱসায়ীৰ

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
পার্কিঙ মাছুলৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি, মহানগৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ব্যৱসায়ীৰ

পার্কিঙ মাছুলৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি, মহানগৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ব্যৱসায়ীৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7