VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,

voicedesk by voicedesk
August 22, 2023
in বিজ্ঞান
নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ, অৱতৰণৰ পূর্বে ৭০ কিল’মিটাৰ ওপৰৰ পৰা চন্দ্ৰযানে পঠিয়ালে ফটো,
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

নিশাটো পাৰ হ’লেই সেই মাহেন্দ্ৰ ক্ষণ ৷ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ভাৰতৰ চন্দ্ৰযান-৩। ইতিহাস ৰচনা কৰিবলগীয়া সেই স্বর্ণিল মুহুর্তলৈ দেশবাসীয়ে অপেক্ষা কৰি আছে। সমগ্ৰ বিশ্বৰে চকু এতিয়া ভাৰতীয় মহাকাশযানখনৰ ওপৰত । অৱতৰণৰ পূর্বে ভাৰতীয় চন্দ্ৰযানে চন্দ্ৰৰ আন এখন প্ৰতিচ্ছবি প্ৰেৰণ কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) সেই ছবিখন মঙলবাৰে এক্স হেণ্ডেল (টুইটাৰ)ত শ্বেয়াৰ কৰে।

 

চন্দ্ৰযানৰ ‘লেণ্ডাৰ পজিচন ডিটেকচন কেমেৰা’ই চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ ওপৰৰ পৰা ফটো তুলিছিল। ছবিখনত ধূসৰ গোলকটোত উখহি উঠা চিন দেখা গৈছে। ছবিখন ১৯ আগষ্টত তুলিছিল চন্দ্ৰযান ৩ য়ে। ইয়াৰ পূৰ্বে চন্দ্ৰযান ৩ য়ে চন্দ্ৰৰ ছবি প্ৰেৰণ কৰিছিল। ইছৰোৱেও সেই ছবিখন দেশবাসীৰ সৈতে শ্বেয়াৰ কৰিছিল।

 

চন্দ্ৰযান ৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ বুধবাৰে সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। মঙলবাৰে ইছৰ’ই জনোৱা মতে, অৱতৰণৰ সময়ত কোনো সালসলনি কৰা হোৱা নাই। অৰ্থাৎ নিৰ্দিষ্ট সময়ত বিক্ৰমক চন্দ্ৰৰ মাটিলৈ নমাই অনা হ’ব। ইয়াৰ পূৰ্বে কোনো দেশে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ মহাকাশযান প্ৰেৰণ কৰা নাই। ফলত বুধবাৰৰ পৰীক্ষাত ইছৰো সফল হ’লে ভাৰতে ইতিহাসৰ সৃষ্টি কৰিব।

 

ভাৰতে ২০১৯ চনত চন্দ্ৰযান ২ পঠিয়াইছিল। কিন্তু সফল নহ’ল। মহাকাশযানখন চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হয়। ইছৰো এইবাৰ অতীতৰ ভুলবোৰ শুধৰাবলৈ অতি সাৱধানতা অৱলম্বন কৰিছে । চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাটো ইছৰ’ৰ বাবে এক ডাঙৰ পৰীক্ষা। চৰাইৰ পাখিৰ দৰে কোমলকৈ বিক্ৰমক চন্দ্ৰৰ মাটিলৈ নমাই আনিব লাগে। বিজ্ঞানৰ ভাষাত, যিটো ‘কোমল অৱতৰণ’ বুলি জনা যায়। যোৱা দেওবাৰে ৰাছিয়াই চন্দ্ৰৰ সেই অংশত এখন মহাকাশযান অৱতৰণ কৰাত ব্যৰ্থ হৈছিল। চন্দ্ৰৰ পৃষ্ঠত লুনা-২৫ দুৰ্ঘটনা। ফলত চন্দ্ৰ অভিযানত সফলতা এতিয়া ভাৰতৰ বাবে এক অধ্যায়।

 

ইছৰোৰ ৱেবছাইট, ফেচবুক পেজ, ইউটিউবত লাইভ টেলিকাষ্ট কৰা হ’ব চন্দ্ৰযান ৩ৰ লেণ্ডিং। বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা আৰম্ভ হ’ব পোনপটীয়া সম্প্ৰচাৰ।

Previous Post

শংকৰদেৱ কলাক্ষেত্ৰত পুতলা নাট “বিষ্ণু প্ৰসাদ ৰাভা” সফল মঞ্চায়ন

Next Post

১২০০ ফুট উচ্চতাত ছয়টা শিশুকে ধৰি আঠজন যাত্ৰীসহ আৱদ্ধ হৈ পৰিল‘কেবল কাৰ’, পাকিস্তানত হাহাকাৰ

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
১২০০ ফুট উচ্চতাত ছয়টা শিশুকে ধৰি আঠজন যাত্ৰীসহ আৱদ্ধ হৈ পৰিল‘কেবল কাৰ’, পাকিস্তানত হাহাকাৰ

১২০০ ফুট উচ্চতাত ছয়টা শিশুকে ধৰি আঠজন যাত্ৰীসহ আৱদ্ধ হৈ পৰিল‘কেবল কাৰ’, পাকিস্তানত হাহাকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7