VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 4, 2023
in বিজ্ঞান
৫ মে’ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ, ক’ৰ পৰা দেখা যাব এই মহাজাগতিক পৰিঘটনা ??
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা যদিও ইয়াৰ জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসো আছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০ এপ্ৰিলত  হৈছিল আৰু এতিয়া বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ’বলৈ গৈ আছে।  বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ অহা  ৫ মে’ত হ’ব ৷ সেই দিনা বুদ্ধ পূৰ্ণিমাও। ৫ মে’ৰ নিশা ৮.৪৬ বজাৰ পৰা আৰম্ভ হ’ব এই চন্দ্ৰগ্ৰহণ আৰু মাজনিশা ১.২৫ বজাত শেষ হ’ব। এই চন্দ্ৰগ্ৰহণ প্ৰায় ৪ ঘণ্টা ১৫ মিনিট সময় ধৰি চলিব। ৫ মে’ত হ’বলগীয়া এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখা নাযায়। এই চন্দ্ৰগ্ৰহণ এছিয়া, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ-পূব ইউৰোপৰ কিছু অংশত দেখা যাব।

 

 

Previous Post

গোলাঘাটত ২৬ টা নেটবল জার্চী বিতৰণ কেয়াৰ্ন অইল এণ্ড গেছ আৰু বেদান্ত লিমিটেডৰ

Next Post

৯ বছৰৰ পাছত ভাৰতত পাকিস্তানৰ শীর্ষ নেতা, গোৱাত উপস্থিত পাক বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো

Related Posts

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ
বিজ্ঞান

বিশাল গ্ৰহৰ সন্ধানত লাভ ভাৰতীয় বিজ্ঞানীৰ

May 31, 2023
উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে,  ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ
বিজ্ঞান

উপগ্ৰহৰ সংখ্যাৰে বৃহস্পতিক অতিক্ৰম কৰিলে শনিয়ে, ১৪৫ টালৈ বৃদ্ধি পালে উপগ্ৰহ

May 16, 2023
মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি
বিজ্ঞান

মংগল গ্ৰহত আছিল গভীৰ নদী, মহাকাশযানে প্ৰেৰণ কৰিলে নতুন ছবি

May 13, 2023
কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন
বিজ্ঞান

কলিয়াবৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান সমাৰোহ সম্পন্ন

May 3, 2023
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ
বিজ্ঞান

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

April 24, 2023
সৌৰ ধুমুহাৰ সতৰ্কবাণী! একেৰাহে দুদিন ধৰি পৃথিৱীত পৰিব প্ৰভাৱ
বিজ্ঞান

সৌৰ ধুমুহাৰ সতৰ্কবাণী! একেৰাহে দুদিন ধৰি পৃথিৱীত পৰিব প্ৰভাৱ

April 19, 2023
Next Post
৯ বছৰৰ পাছত ভাৰতত পাকিস্তানৰ শীর্ষ নেতা, গোৱাত উপস্থিত পাক বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো

৯ বছৰৰ পাছত ভাৰতত পাকিস্তানৰ শীর্ষ নেতা, গোৱাত উপস্থিত পাক বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7