VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

voicedesk by voicedesk
September 29, 2023
in বিজ্ঞান
৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
0
SHARES
409
VIEWS
Share on FacebookShare on Twitter

 

সাত মহাদেশৰ সিপাৰে পৃথিৱীত এক সুকীয়া ভূখণ্ড আছিল। নাম জিলেণ্ডিয়া। কিন্তু অষ্টম ‘মহাদেশ’খনৰ বহুদিনৰ পৰা সন্ধান লাভ কৰা নাছিল ৷ অৱশেষত বিজ্ঞানীসকলে ইয়াৰ সন্ধান লাভ কৰিছে ৷ প্ৰকাশ কৰা হৈছে  হৈছে বিশ্বৰ অষ্টম মহাদেশৰ প্ৰথমখন মানচিত্ৰ। এই অষ্টম ‘মহাদেশে’ পৃথিৱীখনক কিমান আৱৰি ধৰিছে সেয়াও সদৰী কৰা হৈছে ৷

 

৮৩ নিযুত বছৰ আগতে এই পৃথিৱীত এখন ছুপাৰকন্টিনেণ্ট আছিল। এটা সময়ত সেই বিশাল ভূখণ্ড ভাঙি যায় ৷ টুকুৰা টুকুৰ হৈ নতুন মহাদেশ গঠন হয়। সেই সময়ত জিলেণ্ডিয়াৰ সৃষ্টি হৈছিল। এই অষ্টম মহাদেশৰ বয়স ১ বিলিয়ন বছৰৰ কম বুলি বিজ্ঞানীসকলে তথ্য লাভ কৰিছে। কিন্তু প্ৰাকৃতিক কাৰণত এই মহাদেশখন কোনো এটা সময়ত পানীত ডুব  গৈছিল। মাত্ৰ কেইটামান দ্বীপহে জীৱিত হৈ থাকে ৷  ইয়াৰে এটা হ’ল নিউজিলেণ্ড। চাৰিওফালে একে আকৃতিৰ আন কিছুমান দ্বীপ আছে। কিন্তু সেয়া সেই মহাদেশৰ মাত্ৰ ৬ শতাংশহে এই দ্বীপসমূহ । বাকী ৯৪ শতাংশ এতিয়াও পানীৰ তলত ডুব গৈছে।

 

৩৭৫ বছৰ আগতে এজন  নাৱিকে এই মহাদেশৰ বিষয়ে প্ৰথম তথ্য লাভ কৰিছিল । সেয়া আছিল ১৬৪২ খ্ৰীষ্টাব্দৰ কথা। ইয়াৰ পিছত ২০১৭ চনত ভূতত্ত্ববিদসকলে জিলেণ্ডিয়া আৱিষ্কাৰ কৰে। তাৰ পিছত আৰু ছয় বছৰ পাৰ হৈ গ’ল। অৱশেষত বিজ্ঞানীসকলে জিলেণ্ডিয়াৰ সীমা চিনাক্ত কৰিবলৈ  সক্ষম হ’ল। সংবাদ সংস্থা বিবিচিৰ তথ্য অনুসৰি এই মহাদেশখন প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত। যাৰ আন এটা নাম হৈছে টে ৰেউয়া মাউই।

 

Phys.org নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি জিলেণ্ডৰ নতুন মানচিত্ৰখনৰ সবিশেষ টেকটনিকছ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। বিজ্ঞানীসকলে সাগৰৰ তলত ডুব যোৱা জিলেণ্ডিয়াৰ প্ৰাচীন ইতিহাস জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

Previous Post

কাবেৰী নদীৰ পানীৰ বিবাদ, কৰ্ণাটকত ১২ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ

Next Post

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7