VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিয় বিশ্ব বিখ্যাত পোলেণ্ডৰ পশ্চিম প’মেৰনিয়াত অৱস্থিত পাইন গছৰ এই সৰু বাগিচাখন ?

কেনেকৈ সৃষ্টি হয় এই কৌতুহলী পৰিঘটনাৰ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 25, 2023
in বিজ্ঞান
কিয় বিশ্ব বিখ্যাত পোলেণ্ডৰ পশ্চিম প’মেৰনিয়াত  অৱস্থিত  পাইন গছৰ এই সৰু বাগিচাখন ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিচিত্ৰ এই পৃথিৱী য’ত আছে বিচিত্ৰ প্ৰাণী কিম্বা উদ্ভিদ ৷ তাৰেই এক উদাহৰণ পোলেণ্ডৰ এইখন বাগিচা ৷ পোলেণ্ডৰ পশ্চিম প’মেৰনিয়াত  অৱস্থিত  পাইন গছৰ এই সৰু বাগিচাখন, যি বৰ্তমান সময়ত সমগ্ৰ বিশ্ব বিখ্যাত ৷ অৱশ্যে তাৰো আছে এক বিশেষ কাৰণ ৷  বাগিচাখনত থকা প্ৰায়  ৪০০জোপা পাইন  গছৰ সকলোবোৰৰ গুৰি আৰ্থাৎ তলৰ অংশছোৱা  বেঁকা !অৰ্থাঃ সাধাৰণ গছৰ দৰে উলম্ব হোৱাৰ বিপৰীতে ইয়াৰ ৪০০জোপা পাইন গছৰেই  গা-গছৰ তলছোৱা প্ৰথম অৱস্থাত বেঁকা আৰু তাৰ পিছতহে ক্ৰমাৎ উলম্ব  ৷

জানিব পৰা মতে ১৯৩০ চনৰ আশে-পাশে  জাৰ্মানীত  এই গছবোৰ  ৰোপণ কৰা হৈছিল।এই গছবোৰে অলপ ডাঙৰ হোৱাৰ পিছতেই ই  ৯০ ডিগ্ৰী কোণত বক্ৰ হৈ পৰে  আৰু তাৰ পিছত পুনৰ  উলম্ব হৈ বৃদ্ধি পাবলৈ ধৰে ।

গছবোৰ কেনেকৈ বা কিয় বেঁকা  সেই বিষয়ে  কোনো নিশ্চিত নহয় যদিও বেছিভাগেই বিশ্বাস কৰে যে ই এক ইচ্ছাকৃত, যান্ত্ৰিক প্ৰক্ৰিয়া। আচবাব বা অন্যান্য প্ৰয়োগৰ বাবে গছবোৰক হেঁচা মাৰি ধৰি  বেঁকা অংশৰ সৃষ্টি কৰিব পাৰি । আন কিছুমানৰ মতে  তীব্ৰ বৰফ পৰিলে এনে কৌতুহলী পৰিঘটনাৰ সৃষ্টি হ’ব পাৰে ৷

Previous Post

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

Next Post

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

Related Posts

অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি
জীৱন

অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি

March 10, 2023
আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?
বিজ্ঞান

আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?

March 9, 2023
গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি, দ্ৰুত গতিত গলিছে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফ
বিজ্ঞান

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি, দ্ৰুত গতিত গলিছে উত্তৰ আৰু দক্ষিণ মেৰুৰ বৰফ

February 17, 2023
ৰক্ষণশীল ভাবমূৰ্তি ত্যাগ কৰাৰ চেষ্টা, ইতিহাস ৰচনা কৰি মহাকাশলৈ যাব মহিলা
বিজ্ঞান

ৰক্ষণশীল ভাবমূৰ্তি ত্যাগ কৰাৰ চেষ্টা, ইতিহাস ৰচনা কৰি মহাকাশলৈ যাব মহিলা

February 15, 2023
অকলশৰীয়াকৈ থকা জাপানৰ মুমু কেনেকৈ গৰ্ভৱতী হ’ল
বিজ্ঞান

অকলশৰীয়াকৈ থকা জাপানৰ মুমু কেনেকৈ গৰ্ভৱতী হ’ল

February 14, 2023
নাছাৰ হাবলে শনিৰ এটা নতুন “স্পোক” ঋতুৰ আৰম্ভণি কৰিছে
বিজ্ঞান

নাছাৰ হাবলে শনিৰ এটা নতুন “স্পোক” ঋতুৰ আৰম্ভণি কৰিছে

February 13, 2023
Next Post
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7