VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰতি নব্বৈ মিনিটত সূৰ্য উদয় হয় আৰু অস্ত যায় ষোল্ল বাৰঃ সবিষেশ জানিবলৈ পঢ়ক এই তথ্য

voicedesk by voicedesk
September 24, 2021
in বিজ্ঞান
প্ৰতি নব্বৈ মিনিটত সূৰ্য উদয় হয় আৰু অস্ত যায় ষোল্ল বাৰঃ সবিষেশ জানিবলৈ পঢ়ক এই তথ্য
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আচৰিত যেন লাগিলেও সঁচা যে ইন্টাৰনেচনেল স্পেছ ষ্টেচন সাক্ষী হৈছে এক বিশেষ ঘটনাৰ। উল্লেখ্য যে মহাকাশচাৰীসকলে জনোৱা মতে এনে এক ঠাই আছে য’ত সূৰ্য দিনটোত ১৬ বাৰ উদয় হয় আৰু অস্ত যায়। এই ঘটনা কেৱল মহাকাশচাৰী সকলেহে দেখা পায়। সামাজিক মাধ্যমত মহাকাশচাৰীসকলে প্ৰায়ে এই ঘটনাৰ ছবি প্ৰচাৰ কৰি মানুহক আচম্বিত কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে অলপতে “International Space Station” য়ে টুইটাৰযোগে প্ৰচাৰ কৰিছিল এক  বাতৰি। বাতৰি অনুসৰি মহাকাশচাৰীসকল সাক্ষী সেই প্ৰতি ৯০ মিনিটত সূৰ্য উদয় আৰু অস্ত হোৱাৰ দৃশ্যৰ। “International Space Station”য়ে ৯০ মিনিটত সমগ্ৰ পৃথিৱীখন এক পাক ঘূৰে আৰু সেই সময়তে সূৰ্য ১৬ বাৰ উদয় আৰু অস্ত হোৱাৰ দৃশ্য দেখিবলৈ পায় মহাকাশচাৰী সকলে।

উল্লেখযোগ্য যে নাছাই (NASA) এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি সেই ৯০ মিনিট সময়ত মহাকাশত তাপমাত্ৰাৰ বহুত পৰিৱৰ্তন ঘটে কাৰণ তাত এনে কোনো বাতাবৰণ নাই যিয়ে তাপমাত্ৰাত সমতা স্থাপন কৰি ৰাখিব পাৰে। জানিবলৈ পোৱা মতে সূৰ্য উদয় হোৱা সময়ত তাপমাত্ৰা ২৫০ ডিগ্ৰী ফৰেনহাইটলৈ বৃদ্ধি পায় আৰু অস্ত যোৱাৰ সময়ত -২৫০ ডিগ্ৰী লৈ কমি যায়।

আনহাতে এনে তাপমাত্ৰাৰ ফলত অন্তৰিক্ষ যাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় কাৰণ মহাকাশযানবোৰ বিশেষভাৱে শীত-তাপ নিয়ন্ত্ৰণ কৰিব পৰা সুবিধাৰে নিৰ্মাণ কৰা হয়। এনে সময়তো মহাকাশচাৰী সকলে বিভিন্ন বৈজ্ঞানিক প্ৰয়োগ আৰু স্পেছৱাক কৰিব পাৰে।

Previous Post

প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শমতে কোহলীয়ে ত্যাগ কৰিছিল টি-২০ৰ নেতৃত্ব

Next Post

দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিঃপ্ৰৱেশত বাধা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিঃপ্ৰৱেশত বাধা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক

দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিঃপ্ৰৱেশত বাধা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7