VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শমতে কোহলীয়ে ত্যাগ কৰিছিল টি-২০ৰ নেতৃত্ব

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 24, 2021
in ক্ৰীড়া, মুখ্য সংবাদ
প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শমতে কোহলীয়ে ত্যাগ কৰিছিল টি-২০ৰ নেতৃত্ব
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

এই বছৰ ইউ এ ই আৰু ওমানত অনুষ্ঠিত হ’ব লগা বিশ্বকাপৰ পাছত বিৰাট কোহলীয়ে ভাৰতৰ টি-২০ দলৰ অধিনায়ক পদৰ পৰা বিদায় ল’ব বুলি ঘোষণা কৰাটো দেশৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া বাতৰি আছিল।

প্ৰাক্তন ক্ৰিকেটাৰসকলে কোহলীৰ এই সিদ্ধান্তৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছিল। বিশ্বকাপৰ পৰৱৰ্তী পৰ্যায়ত কোহলীয়ে ভাৰতৰ টি-২০ দলৰ অধিনায়ক পদৰ পৰা বিদায় লোৱাক ‘অতি স্বাৰ্থহীন সিদ্ধান্ত’ বুলি অভিহিত কৰিছিল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে। 

আনহাতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনে মন্তব্য কৰিছে যে বিৰাট কোহলীয়ে টি-২০ৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ ঘোষণাই তেওঁক আচৰিত কৰি তুলিছে। বিশেষকৈ বিশ্বকাপৰ প্ৰাকমূহূৰ্তত অধিনায়কত্ব ত্যাগৰ সিদ্ধান্তৰ ঘোষণা আশ্চৰ্যজনক। ইয়াৰ মূল্য যিয়েই নহওক এয়া কোহলীৰ সিদ্ধান্ত বুলিও আজহাৰুদ্দিনে উল্লেখ কৰিছিল।

উল্লেখযোগ্য যে শেহতীয়া ভাৱে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এক সূত্রই প্রকাশ কৰা অনুসৰি টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক এদিনীয়া আৰু টি–২০ দলৰ নেতৃত্ব ত্যাগৰ পৰামর্শ আগবঢ়াইছিল মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে।

প্ৰায় ছমাহ পূৰ্বে দুয়োৰে মাজত হোৱা এক আলোচনাত কোহলীক বেটিঙত অধিক মনোনিৱেশৰ পৰামৰ্শ আগবঢ়াইছিল শাস্ত্ৰীয়ে। ২০১৭ চনত মহেন্দ্র সিং ধোনীৰ পৰা কোহলিয়ে অধিনায়কৰ গধুৰ দায়িত্ব গ্রহণ কৰিছিল৷

ব’ৰ্ডৰ সূত্রটোৱে প্ৰকাশ কৰা অনুসৰি খেলুৱৈগৰাকীয়ে এতিয়ালৈকে এদিনীয়া দলৰ নেতৃত্ব এৰা নাই৷ হয়তো তেওঁ দুই-এক বছৰৰ ভিতৰত তেওঁ এই সিদ্ধান্ত গ্রহণ কৰিব৷ নেতৃত্বৰ বোজাৰ পৰা মুক্ত হ’লে কোহলিয়ে অধিক সময়লৈ খেলি যাব পাৰিব বুলি আশা কৰা হৈছে। আনহাতে মন কৰিবলগীয়া যে ভাৰতীয় টি-২০ দলৰ লগতে কোহলিয়ে শেহতীয়াকৈ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ নেতৃত্বও ত্যাগ কৰিছে৷

Previous Post

গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে জপিয়াই পৰা বিজয় বনিয়াৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চ’ছিয়েল মিডিয়াত

Next Post

প্ৰতি নব্বৈ মিনিটত সূৰ্য উদয় হয় আৰু অস্ত যায় ষোল্ল বাৰঃ সবিষেশ জানিবলৈ পঢ়ক এই তথ্য

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
প্ৰতি নব্বৈ মিনিটত সূৰ্য উদয় হয় আৰু অস্ত যায় ষোল্ল বাৰঃ সবিষেশ জানিবলৈ পঢ়ক এই তথ্য

প্ৰতি নব্বৈ মিনিটত সূৰ্য উদয় হয় আৰু অস্ত যায় ষোল্ল বাৰঃ সবিষেশ জানিবলৈ পঢ়ক এই তথ্য

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7