VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ

voicedesk by voicedesk
August 29, 2023
in বিজ্ঞান
বিক্ৰম লেণ্ডাৰৰ হাই ৰিজ’লিউশ্বন কেমেৰা প্ৰস্তুত কৰিছিল ধেমাজিৰ বিজ্ঞানী অনুজ নন্দীয়ে, জন্মগাঁৱত আনন্দৰ লহৰ
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্ববাসীক স্তম্ভিত কৰি চন্দ্ৰত অৱতৰন কৰিলে ইছৰ’ৱে প্ৰেৰণ কৰা মহাকাশযান ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱৰতৰণ কৰা প্ৰথম দেশ হিচাপে বিবেচিত হৈছে ভাৰত ৷ ইতিমধ্যে ভাৰতে প্ৰেৰণ কৰা লেণ্ডাৰ বিক্ৰমৰ পৰা ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত যাত্ৰা আৰম্ভ কৰিছে ৷  প্ৰজ্ঞানে প্ৰেৰণ কৰিছে বিভিন্ন আলোকচিত্ৰ ৷ কিন্তু এই সাফল্য এদিনতে সম্ভৱপৰ নাছিল ৷ ইয়াৰ আঁৰত আছে এদল বিজ্ঞানীৰ অৱদান ৷ ইছৰোৰ এই বৈজ্ঞানিকৰ দলৰ মাজত আছে বহুকেইজন অসম সন্তান ৷ ইয়াৰে অন্যতম হৈছে অনুজ নন্দী ৷

 

ধেমাজি সদৰৰ নলনিপাম গাঁৱত জন্মগ্ৰহণ কৰিছিল অনুজ নন্দীয়ে ৷  বৰ্তমান ইছৰ’ৰ বিজ্ঞানী হৈছে অনুজ নন্দী ৷ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ পাচত এতিয়া আনন্দৰ বন্যা বৈছে অনুজ নন্দীয়ে জন্মগ্ৰহণ কৰা নলনিপাম গাঁৱত ৷ জানিব পৰা মতে, অনুজ নন্দীয়ে সাজি উলিয়াইছে চন্দ্ৰযান-3 ৰ বিক্ৰম লেণ্ডাৰত সংস্থাপন কৰা হাই ৰিজ’লিউশ্বন কেমেৰা ৷

 

 

নন্দীৰ উপৰি লখিমপুৰৰ চয়ন দত্ত, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ লগতে চন্দ্ৰযান-৩ ৰ লগত জড়িত আছিল ৷

Previous Post

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

Next Post

ভাৰত-পাক কূটনীতিত ‘অর্ধ-আকাশ’, ইছলামবাদ উচ্চায়ুক্তৰ প্ৰথম মহিলা মূৰব্বী নিযুক্তি

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
ভাৰত-পাক কূটনীতিত ‘অর্ধ-আকাশ’, ইছলামবাদ উচ্চায়ুক্তৰ প্ৰথম মহিলা মূৰব্বী নিযুক্তি

ভাৰত-পাক কূটনীতিত ‘অর্ধ-আকাশ’, ইছলামবাদ উচ্চায়ুক্তৰ প্ৰথম মহিলা মূৰব্বী নিযুক্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7