VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 20, 2023
in সমাজ
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

এগৰাকী পাঁচ বছৰীয়া কন্যাৰ জীৱন বচাবলৈ লিভাৰৰ প্ৰয়োজন হৈছিল। লিভাৰ দাতাৰ সন্ধানত অভিভাৱকসকলে হাহাকাৰ কৰিবলগীয়া হৈছিল  । অৱশেষত পোৱা গ’ল লিভাৰ দাতা । এটি তিনি বছৰীয়া শিশুৱে দিয়া লিভাৰৰ দ্বাৰা এটা পাঁচ বছৰীয়া শিশুৰ জীৱন ৰক্ষা পৰিল। তাৰোপৰি সেই তিনি বছৰীয়া শিশুটিৰ কৰ্ণিয়া দানৰ বাবেই আন এজন যুৱকে পুনৰ দৃষ্টিশক্তি ঘূৰাই পালে ৷

 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৩ বছৰীয়া শিশুটিক বৃক্কৰ সমস্যাৰ বাবে বান্দ্ৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু চিকিৎসকে তেওঁক ‘ব্ৰেইন ডেড’ বুলি ঘোষণা কৰে। ইয়াৰ পিছত শিশুটিৰ পিতৃ-মাতৃয়ে সকলো অংগ দান কৰাৰ সিদ্ধান্ত লয়।

 

আনহাতে, সুৰাটৰ পাঁচ বছৰীয়া কন্যা ৰাহি পাৰ্কিয়াক যকৃতৰ সমস্যাৰ বাবে মুম্বাইৰ আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে জনোৱা মতে, ৰাহিৰ লিভাৰ ট্ৰান্সপ্লাণ্ট নকৰিলে তেওঁক ৰক্ষা কৰিব নোৱাৰি। সেয়ে ৰাহিৰ পিতৃ-মাতৃয়ে লিভাৰদাতা বিচাৰি বিভিন্ন চিকিৎসালয়লৈ লৰালৰিকৈ গৈ আছিল। তেতিয়াই তেওঁলোকে তিনি বছৰীয়া শিশুটিৰ অংগদানৰ খবৰ লাভ কৰিলে ৷

 

ইয়াৰ পিছত বান্দ্ৰাৰ একেখন চিকিৎসালয়তে ৰাহিৰ অংগ সংৰোপণৰ ব্যৱস্থা কৰা হয়। ১০ জুলাইত লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৰাহি বৰ্তমান সুস্থ। ৰাহিৰ চিকিৎসক অনুৰাগ শ্ৰীমলৰ মতে, “সময়মতে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাৰ বাবে তেওঁ পুনৰ জীৱন লাভ কৰিছিল। তিনি বছৰীয়া শিশুটিৰ পিতৃ-মাতৃলৈও বহুত বহুত ধন্যবাদ যিয়ে নিজৰ অংগ দান কৰাৰ সিদ্ধান্ত লৈছিল।“চিকিৎসালয় কৰ্তৃপক্ষই লগতে কয় যে তিনি বছৰীয়া শিশুটিৰ কৰ্ণিয়া দানৰ বাবে এজন ব্যক্তিৰ দৃষ্টিশক্তি ঘূৰি আহিছে।

 

Previous Post

ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়কৰ প্ৰেমকলৈ পুনৰ জল্পনা-কল্পনা, সুন্দৰী স্মৃতি মান্ধানাৰ প্ৰেমত পৰা কোন এই যুৱক ?

Next Post

ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন, কমেও ১০ জন লোকৰ মৃত্যু, মহাৰাষ্ট্ৰত প্ৰকৃতিৰ সংহাৰী ৰূপ

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ  পেকেজ, পঢ়ক সবিশেষ তথ্য
সমাজ

বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ পেকেজ, পঢ়ক সবিশেষ তথ্য

July 6, 2023
Next Post
ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন, কমেও ১০ জন  লোকৰ মৃত্যু, মহাৰাষ্ট্ৰত প্ৰকৃতিৰ সংহাৰী ৰূপ

ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন, কমেও ১০ জন লোকৰ মৃত্যু, মহাৰাষ্ট্ৰত প্ৰকৃতিৰ সংহাৰী ৰূপ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7