VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ক’লকাতাৰ পৰা অসমত কোটিটকীয়া জুৱা চলাইছে বেৰিয়া ভাতৃদ্বয়ে

মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ ক্ৰিকেটৰ দুই জুৱাৰীক লৈ ৰহস্যজনক স্থিতি আৰক্ষীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in সমাজ, মুখ্য সংবাদ
ক’লকাতাৰ পৰা অসমত কোটিটকীয়া জুৱা চলাইছে বেৰিয়া ভাতৃদ্বয়ে
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

কলিকতাৰ পৰা বিকাশ বেৰিয়া আৰু নীতিন বেৰিয়া নামৰ দুই ভাতৃয়ে আই পি এলৰ পিছতে টি টুৱেণ্টিতো চলাইছে জুৱা৷ডুবাইত চলি থকা টি টুৱেণ্টি বিশ্বকাপতো  জুৱাৰ পয়োভৰ ঘটিছে৷অসমৰ ডিব্ৰুগড়,গুৱাহাটীকে আদি কৰি অসম আৰক্ষীয়ে চলোৱা এক অভিযানত এই কথা পোহৰলৈ আহিছে৷ আই পি এল আৰু টি টুৱেণ্টিৰ ভেন্যু একে ঠাইতে অৰ্থাৎ ডুবাইতে হোৱা বাবেই জুৱাৰি চক্ৰই এই কাম সহজে কৰিব পাৰিছে বুলি জানিব পৰা গৈছে৷ৰাজ্যৰ কেইবাজনো প্ৰতিভাশালী ক্ৰিকেট জুৱাৰীয়ে সময়ে সময়ে কোটি টকাৰ জুৱা অনুষ্ঠিত কৰি আহিছে৷কলিকতাত বা ৰাজ্যৰ বাহিৰত লুকাই থাকি অনলাইণন জুৱা অনুষ্ঠিত কৰা সকলৰ ভিতৰত বিজেপিৰ ছত্ৰছায়াত থকা আশীষ বেৰিয়া আৰু নীতিন বেৰিয়া অন্যতম বুলি আৰক্ষী সূত্ৰৰ যোগে জানিব পৰা গৈছে৷ তিনিচুকীয়াৰ দুই বেৰিয়া ভাতৃৰ বিৰুদ্ধে আই পি এল আৰম্ভ হোৱাৰ আগতেই আৰক্ষীয়ে অভিযান চলাইছিল কিন্তু ৰহস্যজনক ভাৱে দুই ভাতৃয়ে আজিও মুকলি আকাশৰ তলত থাকি কলিকতাৰ পৰাই চলাই আছে টি টুৱেণ্টি বিশ্বকাপৰ জুৱা৷ কিছুদিন পূৰ্বে অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে উৎখাত কৰা ক্ৰিকেট চক্ৰটোৰ লগত বেৰিয়া ভাতৃদ্বয়ৰ যোগসূত্ৰ থকা বুলি সন্দেহ কৰা হৈছে৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পায়েই কলিকতাত আত্মগোপন কৰিছিল দুই ভাতৃয়ে আৰু অনলাইন যোগে  অসমত চলাই গৈছিল ক্ৰিকেটৰ জুৱা৷

শাসকীয় গোষ্ঠীৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ স’তে ঘণিষ্ঠ হোৱা বাবেই কূখ্যাত ক্ৰিকেট জুৱাৰী বেৰিয়া ভাতৃদ্বয় সাৰি যাব নেকি প্ৰশাসনৰ হাতৰ পৰা ?নে নতুন প্ৰজন্মক সহজে ধন ঘটিব পৰা পথ দেখুৱাই  তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰিব খোজা দুই ভাতৃক নাকী লগাব পাৰিব প্ৰশাসনে সেয়া পৰৱৰ্তী সময়ত বিচাৰ্য্য হ’ব৷

Previous Post

শীঘ্ৰেই মহাকাশত অৱসৰ বিনোদন কৰিব পাৰিব

Next Post

টি-২০ৰ ৰেংকিঙত অৱনমিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
Next Post
টি-২০ৰ ৰেংকিঙত অৱনমিত ভাৰতীয়  ক্ৰিকেট দলৰ অধিনায়ক

টি-২০ৰ ৰেংকিঙত অৱনমিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7