VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 12, 2023
in সমাজ
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

১৭ বছৰ বয়সৰ পৰাই তেওঁ ডিপাৰ্টমেণ্ট ষ্ট’ৰত কাম কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেওঁ তাত ৭৪ বছৰ ধৰি অবিৰতভাৱে কাম কৰি আহিছে।  কিন্তু ততেওঁ এই ৭৪ বছৰীয়া কর্মজীৱনত এদিনো ছুটী লোৱা নাই ৷  সেই মহিলা কর্মচাৰী গৰাকী হৈছে ৯১ বছৰীয়া মেলবা মেবান ৷ নিজৰ সাত দশকজোৰা কেৰিয়াৰত কেতিয়াও এদিনৰ ছুটীৰ বাবেও তেওঁ আবেদন কৰা নাই। চলিত মাহৰ আৰম্ভণিতে অৱশেষত আমেৰিকাৰ টেক্সাছৰ বাসিন্দা মেলবাই অৱসৰ গ্ৰহণ কৰে। তেতিয়াই মেলবাৰ এই কৃতিত্ব পোহৰলৈ আহে।

 

১৯৪৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে এই সেৱাত যোগদান কৰে। টেক্সাছৰ টাইলাৰৰ ডিপাৰ্টমেণ্ট ষ্ট’ৰ চেইন ডিলাৰ্ডছত। মেলবৰ্ণ চহৰৰ উপৰিও এই ষ্ট’ৰসমূহ আমেৰিকাৰ ২৯খন ৰাজ্যত বিয়পি আছে। মুঠতে ডিলাৰ্ডছৰ আমেৰিকাত মুঠ ২৮২টা ষ্ট’ৰ আছে।

 

ডিলাৰ্ডছৰ মুখ্য কাৰ্যালয় আৰ্কান্ সাছৰ লিটছ ৰকত। কেৱল টেক্সাছতে ইয়াৰ ৫৭টা ষ্ট’ৰ আছে। মেলবাই প্ৰথমে ডিলাৰ্ডৰ লিফ্ট চলোৱাৰ চাকৰি পাইছিল। লাহে লাহে তেওঁক পদোন্নতি দিয়া হ’ল। পিছলৈ তেওঁক প্ৰসাধন সামগ্ৰী বিক্ৰীৰ দায়িত্ব দিয়া হৈছিল।

 

কেইদিনমানৰ ভিতৰতে মেলবাই ষ্ট’ৰ মেনেজমেণ্টৰ দায়িত্ব লাভ কৰে ৷ ডিলাৰ্ডৰ কাউণ্টাৰত থিয় হৈ তেওঁ বিক্ৰী কৰাৰ সময়ত তেওঁৰ কথা-বতৰা আৰু আচৰণত  সহকৰ্মীৰ পৰা গ্ৰাহকলৈকে সন্তুষ্ট আছিল । মেলবাৰ কেৰিয়াৰক তেওঁৰ অৱসৰৰ দিনটোত সহকৰ্মীসকলে উদযাপন কৰিছিল। সেই পাৰ্টিত ষ্ট’ৰ মেনেজমেণ্টো উপস্থিত আছিল।

 

ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেমছে কয় “ মেলবাই গ্ৰাহকৰ পৰা সহকৰ্মীলৈকে সকলোৰে আশা পূৰণ কৰিছে। ষ্ট’ৰখনৰ প্ৰতিজন গ্ৰাহকে এনে এটা সেৱা আগবঢ়াইছিল যিটো আমি অনুভৱ কৰিবলৈ আগ্ৰহী আছিলো।”

Previous Post

বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ পূর্বে ছোনিয়াৰ নৈশভোজ , মমতা-কেজৰিৱালকে ধৰি শীর্ষনেতাক নিমন্ত্ৰণ

Next Post

অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ বৰ্ণিল অনুষ্ঠানৰ আয়োজন

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ  পেকেজ, পঢ়ক সবিশেষ তথ্য
সমাজ

বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ পেকেজ, পঢ়ক সবিশেষ তথ্য

July 6, 2023
Next Post
অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ বৰ্ণিল অনুষ্ঠানৰ আয়োজন

অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ বৰ্ণিল অনুষ্ঠানৰ আয়োজন

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7