VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 24, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি ঔপন্যাসিকা অনিতা দেশাইৰ ওপজা দিন । ১৯৩৭ চনৰ আজিৰ দিনটোতে সেই সময়ৰ গাৰোৱাল ৰাজ্যৰ (বৰ্তমানৰ উত্তৰাখণ্ড) মুচৌৰীত তেওঁৰ জন্ম হৈছিল । তেওঁ মাচাছুচেট ইনষ্টিটিউট অব টেকন’লজীৰ হিউমেনিটী বিষয়ৰ অধ্যাপিকা আছিল । ১৯৭৮ চনত তেওঁ ফায়াৰ অন দ্য মাউণ্টেইন নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । তেওঁ তিনিবাৰকৈ সন্মানীয় বুকাৰ প্ৰাইজৰ বাবেও মনোনীত হৈছিল । দ্য ভিলেজ বাই দ্য ছী নামৰ শিশু-উপন্যাসখনৰ বাবে তেওঁ ব্ৰিটিছ গাৰ্ডিয়ান পুৰস্কাৰো লাভ কৰে । এইগৰাকী ঔপন্যাসিকাক জনালোঁ ওপজা দিনৰ ওলগ ।

Previous Post

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

Next Post

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 29, 2022
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
সমাজ

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

June 28, 2022
২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয়  ড্ৰাগছ সেৱন বিৰোধী দিৱস  পালন
সমাজ

২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 25, 2022
Next Post
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক'লে ইনষ্টাগ্ৰামে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7