VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

এই গাঁৱৰ মাটি খুৱালেই দূৰ হয় যিকোনো বিষাক্ত সাপৰ বিষ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 21, 2023
in সমাজ
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আমাৰ দেশ ভাৰতবৰ্ষৰ এখন আচৰিত গাওঁ ৷ যিখন গাঁৱৰ কথা শুনি আচৰিত হয় সকলো ৷এটি সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই গাঁওখনৰ মাটিত আছে এক বিশেষ গুণ ৷ নাগ দেৱতাৰ আশীৰ্বাদপুষ্ট এই গাঁওখনৰ মাটিৰ ইমানেই শক্তি যে এই মাটি খুৱাই দিয়াৰ লগে লগে দূৰ হয় যিকোনো বিষাক্ত সাপৰ বিষ৷

সঁচাকৈয়ে এই গাঁওখনত নাগ দেৱতাৰ আশীৰ্বাদ থকা বুলি বিশ্বাস কৰা হয় আনহাতে গাঁওখনৰ মাটিৰ ইমান শক্তি আছে যে কেৱল এই মাটি সৰ্পই দংশন কৰোঁতাজনক খুৱাই দিলেই যিকোনো বিষাক্ত সাপৰ বিষ নোহোৱা হৈ পৰে ।

নাগ পঞ্চমী উপলক্ষে পুৱাৰে পৰা ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰত ভক্তৰ সমাবেশ দেখা যায়। বাবা আৰু নাগ দেৱতাক পূজা কৰিবলৈ ইয়াত উপস্থিত হয় হাজাৰ হাজাৰ ভক্ত। হাতত গাখীৰ, তামোল, ফুল, ধূপ আদি লৈ তেওঁলোকে শাৰী পাতি পূজা  কৰিবৰ বাবে অপেক্ষা কৰে।

কিংবদন্তি অনুসৰি বহু শতিকাৰ আগতে এই গাঁওখনৰ  এজন লোকে এটা সাপৰ প্ৰাণ ৰক্ষা কৰিছিল, যাৰ বিনিময়ত সাপে তেওঁক  বৰদান দিছিল যে কেৱল এই গাঁৱৰ মাটি খালেই যিকোনো বিষাক্ত সাপৰ বিষ খন্তেকতে নোহোৱা হৈ পৰিব আৰু সাপে খোটা ব্যক্তিজনক  যদি সময় থাকোতেই এই গাঁৱৰ সীমালৈকে লৈ অনা হয়, তেন্তে তেওঁৰ জীৱন ৰক্ষা পৰিব। যি বিশ্বাস আজিও চলি আছে এই বিশেষ গাঁওখনত।

এই কাৰণেই নাগ পঞ্চমীৰ দিনা ৰায়গড়, বিলাসপুৰ, মহাসমুণ্ড, কোৰবা, বালোদবজাৰকে ধৰি দূৰ-দূৰণিৰ পৰা কাইঠা গাঁৱলৈ বাবাক লগ কৰিবলৈ বহু লোকৰ আগমন ঘটে আৰু তেওঁলোকে  প্ৰাৰ্থনা কৰি ইয়াৰ মাটি নিজৰ ঘৰলৈ লৈ যায়।

 

Previous Post

পুলৱামাত ওৰেনিশা সংঘৰ্ষ, সেনাৰ গুলীত নিহত দুই লস্কৰ উগ্ৰপন্থী

Next Post

স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ  পেকেজ, পঢ়ক সবিশেষ তথ্য
সমাজ

বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ পেকেজ, পঢ়ক সবিশেষ তথ্য

July 6, 2023
Next Post
স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে

স্বর্ণিল মুহুর্তলৈ অপেক্ষা মাথো কেইঘণ্টামানৰ, চন্দ্ৰত নিৰাপদ অৱতৰণৰ বাবে মসৃণ পৃষ্ঠৰ সন্ধান চলাইছে লেণ্ডাৰ বিক্ৰমে

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7