VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 27, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী পুষ্পলতা দাসৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে উত্তৰ লক্ষীমপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ অসম শাখা কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতি ন্যাস তথা খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰ অধ্যক্ষা আছিল । তেওঁ ৰাজ্য সভাৰ সাংসদ আৰু অসম বিধানসভাৰো সদস্যা আছিল । তেওঁ আছিল লোকনায়ক অমিয় কুমাৰ দাসৰ পত্নী । ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে । এইগৰাকী বিশিষ্ট নেত্ৰীলৈ আমাৰ প্ৰণাম ।

আজি নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, অভিনেতা তথা কবি অৰুণ শৰ্মাৰ স্মৃতি দিৱস । পেছাত তেওঁ অনাতাঁৰ কেন্দ্ৰৰ বিষয়া আছিল । তেওঁ লিখা নাটসমূহৰ ভিতৰত নিবাৰণ ভট্টাচাৰ্য আৰু কুকুৰনেচীয়া মানুহ অধিক জনপ্ৰিয় । আশীৰ্বাদৰ ৰং উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । তেওঁ সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল । তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল । তেওঁ উৰুখা পঁজা নাটক আৰু সন্ধ্যাৰাগ চলচ্চিত্ৰত অভিনয়ো কৰিছিল । তেওঁ ৰচিত ককাইদেউ আছিল পথত ৰূপায়ণ কৰা প্ৰথমখন বাটৰ নাট । ২০১৭ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত তেওঁৰ মৃত্যু হয় । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

বহি ৰাজ্যত পুনৰ উত্তৰ লক্ষীমপুৰৰ যুৱকৰ নিৰুদ্দেশৰ ঘটনা

Next Post

অসমীয়া সংস্কৃতিত বাঢ়নী

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
Next Post
অসমীয়া সংস্কৃতিত বাঢ়নী

অসমীয়া সংস্কৃতিত বাঢ়নী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7