VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 15, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আজি নাট্যকাৰ, অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ জাঁজীৰ বামুণগাঁৱত তেওঁৰ জন্ম হৈছিল । কটন কলেজৰ পৰা স্নাতক হৈ তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰিৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । পিছত ১৯৬০ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান প্ৰযোজক হিচাপে যোগদান কৰি শিলচৰ কেন্দ্ৰৰ পৰা কেন্দ্ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁৰ জনপ্ৰিয় নাম আছিল প্ৰসাদ ।আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় চমু ব্যংগ নাট্যানুষ্ঠান ‘নোকোৱাই ভাল’ৰ মূল চৰিত্ৰটোত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল । অনেক অনাতাঁৰ নাটকৰ উপৰি তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সমাজকৰ্মী তথা নাৰী সবলীকৰণ কৰ্মী মীনা আগৰৱালাৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ জন্ম হৈছিল । সৰুতেই তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি সংগীত আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল । ১৫ বছৰ বয়সতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ কমলাপ্ৰসাদ আগৰৱালাৰ সৈতে বিয়া হয় । ১৯১৯ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰতিষ্ঠা কৰা ‘তেজপুৰ মহিলা সমিতি’ৰ পুনৰ গঠন কৰি তেওঁ ১৯৪৬ চনৰ পৰাই নাৰী সবলীকৰণৰ দিশত কাম কৰে । বিশেষকৈ নাৰী শিক্ষা আৰু স্বনিৰ্ভৰশীলতাৰ ওপৰত সমিতিয়ে গুৰুত্ব দিছিল । ২০০৪ চনলৈকে তেওঁ এই সমিতিৰ অধ্যক্ষা আছিল । ১৯৫০ৰ দশকত তেওঁ জিলা সামাজিক উন্নয়ন সমিতিৰো অধ্যক্ষা আছিল । শিশুৰ বিকাশৰ বাবেও কাম কৰা মীনা আগৰৱালাই মহিলা সমিতিৰ চৌহদতে ‘শিশু ভাৰতী’ নামৰ এখন বিদ্যালয়ো স্থাপন কৰিছিল ।তেওঁ অমলপ্ৰভা দাস সোঁৱৰণী বঁটা, নাৰীশক্তি পুৰস্কাৰ আদি লাভ কৰে । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

এতিয়া বকফুলৰ বতৰ। শীতৰ আমেজত ঔষধি গুণেৰে ভৰপূৰ বকফুলৰ ব’ৰ খাওঁ আহক 

Next Post

দীপিকা পাডুকনৰ গেৰুৱা পোছাকক লৈ হিন্দুত্ববাদী সংগঠনৰ আপত্তি- জ্বলিল শ্বাহৰুখৰ প্ৰতিকৃতিঃ গেৰুৱা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?

Related Posts

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?
সমাজ

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

June 6, 2023
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
Next Post
দীপিকা পাডুকনৰ গেৰুৱা পোছাকক লৈ হিন্দুত্ববাদী সংগঠনৰ  আপত্তি- জ্বলিল শ্বাহৰুখৰ প্ৰতিকৃতিঃ গেৰুৱা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?

দীপিকা পাডুকনৰ গেৰুৱা পোছাকক লৈ হিন্দুত্ববাদী সংগঠনৰ আপত্তি- জ্বলিল শ্বাহৰুখৰ প্ৰতিকৃতিঃ গেৰুৱা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7