VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দীপিকা পাডুকনৰ গেৰুৱা পোছাকক লৈ হিন্দুত্ববাদী সংগঠনৰ আপত্তি- জ্বলিল শ্বাহৰুখৰ প্ৰতিকৃতিঃ গেৰুৱা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in মুখ্য সংবাদ
দীপিকা পাডুকনৰ গেৰুৱা পোছাকক লৈ হিন্দুত্ববাদী সংগঠনৰ  আপত্তি- জ্বলিল শ্বাহৰুখৰ প্ৰতিকৃতিঃ গেৰুৱা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

বিতর্কৰ আৱর্তত সোমাই পৰিছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন অভিনীত পাঠান নামৰ হিন্দী ছবিখন ৷ শ্বাহৰুখৰ নতুন ছবিখনৰ ‘বেছৰম ৰং’ শীর্ষক গীতটো মুকলি কৰাৰ পাছত সৃষ্টি হৈছে বিতর্কৰ ৷ বিশেষকৈ গীতটিত দীপিকাই পৰিধান কৰা পোছাকক লৈ উত্তাল হৈ পৰিছে দেশ ৷ গেৰুৱা ৰঙৰ আৱেদনময়ী পোছাকক লৈ নেটিজেনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ একাংশ হিন্দুত্ববাদী সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে টুইটাৰত ‘বয়কট পাঠান ‘ ট্ৰেণ্ড আৰম্ভ হৈছে ৷

ইপিনে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই বুধবাৰে ৰাজ্যত ছবিখনৰ সম্ভাৱ্য নিষেধাজ্ঞাৰ ইংগিত দিয়ে। তেওঁ কয় “গীতত পিন্ধা কাপোৰবোৰ অতি আপত্তিজনক। এই গীতটোৰ চিত্ৰণৰ আঁৰত যে এটা কু-অভিপ্ৰায়  আছে সেয়া স্পষ্ট। যি নহওক, দীপিকা পাডুকন জে এন ইউ (জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়) কাণ্ডৰ টুকড়ে-টুকড়ে গেঙৰ সমৰ্থক। সেইবাবেই মই অনুৰোধ কৰিব বিচাৰিছো যে তেওঁলোকে গীতটোৰ ভিজুৱেল শুধৰাওক, সাজ-পোছাক শুধৰাই দিয়ক, নহ’লে এই ছবিখন মধ্যপ্ৰদেশত মুক্তি পাব লাগে নে নাই সেয়া চিন্তা কৰি চোৱা হ’ব ৷”

আনহাতে, বীৰ শিৱাজী গ্ৰুপৰ সদস্যসকলে আজি  ছবিখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি মুখ্য অভিনেতা শ্বাহৰুখ খানৰ প্ৰতিমূৰ্তি দাহ কৰে। অহা বছৰৰ জানুৱাৰী মাহত পৰ্দাত মুক্তি পাবলগীয়া ছবিখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে গীতটোৰ বিষয়বস্তুৱে হিন্দু সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিছে।

ইফালে এই বিতর্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলা অধিকাৰ কর্মী বৃন্দা আদিগে ৷ এই প্ৰসংগত তেওঁ কয় –এই লোকসকলে কি কৈ আছে ? গেৰুৱা, সেউজীয়া,নীলা অথবা যিকোনো ৰঙ তেওঁলোকৰ একচেটিয়া অধিকাৰ নেকি ?এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ “

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা কি? ভাৰত-চীনৰ সম্পৰ্কত ইয়াৰ ইমান গুৰুত্ব কিয়?

Related Posts

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন
মুখ্য সংবাদ

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

December 8, 2023
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস
মুখ্য সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

December 8, 2023
Next Post
প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা কি? ভাৰত-চীনৰ সম্পৰ্কত ইয়াৰ ইমান গুৰুত্ব কিয়?

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা কি? ভাৰত-চীনৰ সম্পৰ্কত ইয়াৰ ইমান গুৰুত্ব কিয়?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7