VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
February 15, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ স্মৃতি দিৱস। তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱক তথা সাহিত্যিক । তেওঁ ১৮৯৬ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু ১৮৯৯ চনত ৰিপন কলেজত পৰা বি এল ডিগ্ৰী লাভ কৰে । ১৯০৮ চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। পিছত ১৯১৮ চনত গুৱাহাটীলৈ আহে। ১৯১৫ চনত তেওঁ আছাম এচোছিয়েশ্যনৰ ডিব্ৰুগড় অধিবেশনৰ সভাপতি হৈছিল। ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক নিযুক্ত হয়। স্বাধীনতা আন্দোলনত যোগদান কৰি তেওঁ তিনিবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৩৪ চনত তেওঁ কেন্দ্ৰীয় বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ গুৱাহাটী লোকেল বোৰ্ডৰো অধ্যক্ষ হৈছিল। তেওঁ কটন কলেজ আৰু আৰ্ল ল কলেজ স্থাপনৰ হকে সজোৰে মাত মাতিছিল। তেওঁ সাহিত্য চৰ্চাও কৰিছিল। গৃহলক্ষ্মী আৰু কৃষ্ণলীলা তেওঁৰ দুখন মৌলিক নাটক। ১৯৩৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতি দিৱস। অসমত আধুনিক চিত্ৰশিল্পৰ বাটকটীয়া আছিল তেওঁ। মুম্বাইৰ জে জে কলেজ অব আৰ্টছৰ পৰা তেওঁ চিত্ৰকলাৰ শিক্ষা লৈছিল। প্ৰতীক্ষা, সমস্যা, লিটল বুদ্ধ, কেকটাছ ফ্লাৱাৰ আদি তেওঁৰ বিখ্যাত চিত্ৰকৰ্ম । দিল্লীৰ ললিত কলা একাডেমী, কলকাতাৰ একাডেমী অব ফাইন আৰ্টচ, গুৱাহাটী আৰ্ট গেলাৰী আদিত তেওঁৰ চিত্ৰকৰ্ম প্ৰদৰ্শিত হয়। ২০০০ চনত তেওঁ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০০২ চনত তেওঁৰ দেহাৱসান ঘটে। শিল্পীগৰাকী লৈ আমাৰ প্ৰণাম ।

 

Previous Post

হোৱাইট হাউছৰ দৌৰত “ভাৰতীয়”! নিম্ৰতা নিকি হেলী হ’ব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

Next Post

ধূলিময় বতৰত বুকু আৰু ডিঙিত সংক্ৰমণ হৈছে নেকি ? চজিনাৰ ফুলেৰে কৰোঁ আহক প্ৰতিৰোধ

Related Posts

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
Next Post
ধূলিময় বতৰত বুকু আৰু ডিঙিত সংক্ৰমণ হৈছে নেকি ? চজিনাৰ ফুলেৰে কৰোঁ আহক প্ৰতিৰোধ

ধূলিময় বতৰত বুকু আৰু ডিঙিত সংক্ৰমণ হৈছে নেকি ? চজিনাৰ ফুলেৰে কৰোঁ আহক প্ৰতিৰোধ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7