VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
February 20, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন । একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, শিশু-সাহিত্যিক, চলচ্চিত্ৰ তথা নাট পৰিচালক ডঃ শইকীয়াই অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিপুল বৰঙণি আগবঢ়াই থৈ গৈছে । প্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি বিভিন্ন ছদ্মনামেৰেও সাহিত্য চৰ্চা কৰা ডঃ শইকীয়া আছিল প্ৰান্তিক আৰু সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক । অন্তৰীপ, ৰম্যভূমি আদি উপন্যাস, প্ৰহৰী, সেন্দূৰ, শৃংখল আদি গল্প সংকলন, নীলকণ্ঠ, দীনবন্ধু, বৰ্ণমালা, স্বৰ্ণজয়ন্তী, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট আদি নাটক, অগ্নিস্নান, সন্ধ্যাৰাগ আদি চলচ্চিত্ৰ, মৰমৰ দেউতা, মহাদুষ্টৰ দুষ্টবুদ্ধি আদি শিশু-সাহিত্যৰ স্ৰষ্টা ভবেন শইকীয়াই সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আদিৰ উপৰি পদ্মশ্ৰী সন্মান আৰু চলচ্চিত্ৰৰ বাবে ৰজতকমল বঁটাৰে সন্মানিত হৈছিল । এইগৰাকী পুৰোধা ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট কবি তথা সমালোচক হীৰেন্দ্ৰনাথ দত্তৰ স্মৃতি দিৱস । মানুহ অনুকূলে নামৰ কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত দত্তৰ নিৰ্বাচিত সমালোচনা এখন উল্লেখযোগ্য গ্ৰন্থ ।এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

Previous Post

উৰা জাহাজত ভ্ৰমন কৰে নেকি ? উৰা জাহাজত ভ্ৰমন কৰাৰ আগতে কি খাব নালাগে জাঁনো আহক

Next Post

যোশীমঠৰ পাছত বদ্ৰীনাথ ঘাইপথত নতুন ফাট, চাৰিধাম যাত্ৰাক লৈ সৃষ্টি হৈছে আশংকা

Related Posts

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
Next Post
যোশীমঠৰ পাছত বদ্ৰীনাথ ঘাইপথত নতুন ফাট, চাৰিধাম যাত্ৰাক লৈ সৃষ্টি হৈছে আশংকা

যোশীমঠৰ পাছত বদ্ৰীনাথ ঘাইপথত নতুন ফাট, চাৰিধাম যাত্ৰাক লৈ সৃষ্টি হৈছে আশংকা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7