VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 10, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

আজি ইংৰাজী সাহিত্যৰ প্ৰখ্যাত ভাৰতীয় লেখিকা নয়নতৰা ছেহগালৰ ওপজা দিন । ১৯২৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ এলাহাবাদত তেওঁৰ জন্ম হৈছিল । তেওঁ বিজয়লক্ষ্মী পণ্ডিতৰ কন্যা আছিল । তেওঁ ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰিছিল । ৰিচ্চ লাইক আছ নামৰ উপন্যাসখনৰ বাবে ১৯৮৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । ২০১৮ চনত তেওঁ PEN Internationalৰ উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয় । সাহিত্যিকগৰাকীক ওপজা দিনৰ ওলগ জনালোঁ ।

Previous Post

পাকঘৰত পঁইতাচোৰাৰ উপদ্ৰব হৈছে নেকি? প্ৰতিকাৰ বিচাৰিছে যদি জানো আহক

Next Post

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছত শ্ৰীলংকাত জনতাই জ্বলালে নেতা-মন্ত্ৰীৰ ঘৰ

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 20, 2022
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা
সমাজ

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
Next Post
প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছত শ্ৰীলংকাত জনতাই জ্বলালে নেতা-মন্ত্ৰীৰ ঘৰ

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ পিছত শ্ৰীলংকাত জনতাই জ্বলালে নেতা-মন্ত্ৰীৰ ঘৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7