VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 12, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ শৰৎ চন্দ্ৰ গোস্বামীৰ ওপজা দিন । ১৮৮৭ চনৰ আজিৰ দিনটোতে নলবাৰীৰ নাৰায়ণপুৰ সত্ৰত (বৰ্তমানৰ নলবাৰী সত্ৰ) তেওঁৰ জন্ম হৈছিল । অসমীয়া পদ-পুথি ‘কেলি-ৰহস্য’ৰ প্ৰণেতা ললিত চন্দ্ৰ গোস্বামী তেওঁৰ পিতৃ আছিল । ১৯১১ চনত ঢাকা ট্ৰেইনিং কলেজৰ পৰা বিটি পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা গোস্বামী যোৰহাট নৰ্মাল স্কুলৰ অধীক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছত তেতিয়াৰ অসম উপত্যকাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পদত নিয়োজিত হয় । তেওঁ জনশিক্ষাৰ বিশেষ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো সাহিত্য চৰ্চা কৰিছিল । তেওঁ নাটক, কবিতা, গীত, শিশু-সাহিত্য আদি লিখি খ্যাতি অৰ্জন কৰিছিল । তেওঁ কণিকা কবিতা নামৰ বিশেষ ধৰণৰ কবিতা লিখিছিল । তেওঁ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । ১৯২০ চনৰ পৰা ১৯২৭ চনলৈ তেওঁ অসম সাহিত্য সভাৰ সম্পাদক পদত অধিষ্ঠিত আছিল । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি, সমালোচক তথা সাংবাদিক । তেওঁ ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি হৈছিল । ১৯৭৮ চনত ‘পিতা-পুত্ৰ’ উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । তদুপৰি তেওঁ অসম উপত্যকা বঁটা আৰু অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰে । হালধীয়া চৰায়ে বাওধান খায়, সুবালা, মৎস্যগন্ধা, সাউদৰ পুতেকে নাও মেলি যায়, আত্মানুসন্ধান আদি তেওঁৰ অতি জনপ্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত অন্যতম । তেওঁ বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল । তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ, নিয়মীয়া বাৰ্তা আদিৰ সম্পাদক আছিল । ২০২১ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

বকফুলৰো আছে বহুত ঔষধি গুণ , চাওঁ আহকচোন

Next Post

দেশৰ ৪০স্থানত চি বি আইৰ অভিযান

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
Next Post
দেশৰ ৪০স্থানত চি বি আইৰ অভিযান

দেশৰ ৪০স্থানত চি বি আইৰ অভিযান

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7