VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 10, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বমহাবীৰ আলেকজেণ্ডাৰৰ স্মৃতি দিৱস । বিশ্বৰ অতিশয় প্ৰভাৱশালী মহাবীৰসকলৰ ভিতৰত অন্যতম আছিল আলেকজেণ্ডাৰ । খ্ৰীষ্টপূৰ্ব ৩৩৫ চনত ৰজা ফিলিপৰ মৃত্যুৰ পিছত পুত্ৰ হিচাপে তেওঁ প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনিয়াৰ সিংহাসনত বহে । তেওঁৰ গৃহশিক্ষক আছিল দাৰ্শনিক এৰিষ্টটল । ২০ বছৰ বয়সতে ৰজা হোৱা আলেকজেণ্ডাৰে বিশ্ববিজয় অভিযানত নামি পাৰস্য, আফগানিস্তান হৈ ভাৰতত প্ৰৱেশ কৰে আৰু পঞ্জাব জয় কৰে । তেওঁৰ লক্ষ্য গংগা উপত্যকা বিজয় আছিল যদিও তেওঁৰ সৈন্যসকলে বিদ্ৰোহ কৰাত অভিযান আধাতে সামৰি স্বদেশ অভিমুখে প্ৰত্যাৱৰ্তন কৰে । কিন্তু স্বদেশ গৈ পোৱাৰ পূৰ্বে আদবাটতে (বেবিলনত) ৩২৩ খ্ৰীষ্টপূৰ্বত তেওঁৰ মৃত্যু হয় । মহাবীৰগৰাকীক আমি শ্ৰদ্ধাৰে সুৱৰিছোঁ ।

আজি বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা লেখক গিৰীশ কৰ্ণাডৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল গিৰীশ ৰঘুনাথ কৰ্ণাড । তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলীউডৰ সৈতে জড়িত আছিল । তেওঁ এগৰাকী নাট্যকাৰ হিচাপেও প্ৰসিদ্ধ । ১৯৯৮ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানো প্ৰদান কৰে । ২০১৯ চনৰ আজিৰ দিনটোতে বাংগালুৰুত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । এইগৰাকী সাংস্কৃতিক কৰ্মীলৈ আমাৰ প্ৰণাম ।

Previous Post

গ্ৰীল আৰু কোঠাৰ দৰ্জা বন্ধ হৈ থকা অৱস্থাতে কেনেকৈ নিৰুদ্দেশ ছাত্ৰ ?

Next Post

শয়ন কক্ষ কোন দিশত হ’লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 23, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 22, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 20, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 18, 2022
Next Post
শয়ন কক্ষ কোন দিশত হ’লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক

শয়ন কক্ষ কোন দিশত হ'লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7