VOICE 24x7
Thursday, August 18, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 28, 2022
in সমাজ
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক,অভিনেতা, সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী । তেওঁ মুঠ পাঁচখন চলচ্চিত্ৰৰ পৰিচালক আছিল । আঠখন চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল । ‘ডক্টৰ বেজবৰুৱা’ তেওঁৰ এক যুগমীয়া কৃতি । আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰা এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ বাবেও এক মাইলৰ খুঁটি স্বৰূপ । নিপ বৰুৱাৰ ‘স্মৃতিৰ পৰশ’ নামৰ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাৰে তেওঁ চলচ্চিত্ৰ জগতখনত পদাৰ্পণ কৰিছিল । তাৰ পিছত লাচিত বৰফুকন, নৰকাসুৰ, আমাৰ ঘৰ, ভক্ত প্ৰহ্লাদ আদি চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল তেওঁ । ‘ইটো সিটো বহুতো’ চলচ্চিত্ৰখনৰ যোগেদি তেওঁ চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে । ডক্টৰ বেজবৰুৱা তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ । চলচ্চিত্ৰখনৰ গীতো তেওঁ নিজে ৰচনা কৰা । মন আৰু মৰম তেওঁ প্ৰযোজনা কৰা একমাত্ৰ চলচ্চিত্ৰ । ডক্টৰ বেজবৰুৱাৰ উপৰি ললিতা, মুকুতা, ওপজা সোণৰ মাটি আদি চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্যও আছিল তেওঁৰ । ভক্ত প্ৰহ্লাদ আৰু আমাৰ ঘৰৰ গীতত তেওঁ কণ্ঠদান কৰিছিল । তেওঁ আকাশবাণী গুৱাহাটীৰো কণ্ঠশিল্পী আছিল । ১৯৭২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।

Previous Post

মুম্বাইৰ কুৰ্লাত অট্টালিকা খহি পৰি এজনৰ মৃত্যু

Next Post

টেক্সাছত শোকাবহ ঘটনা : ট্ৰাকৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ ৪৬ জন প্ৰব্ৰজনকাৰী

Related Posts

আই এ এছ- আই পি এছ পৰিয়ালঃকেনেদৰে চাৰি ভাতৃ-ভগ্নীয়ে ইউ পি এছ চিত লাভ কৰিছিল সফলতা ? মিশ্ৰ পৰিয়ালৰ কাহিনীয়ে আপোনাকো কৰিব অনুপ্ৰাণিত
সমাজ

আই এ এছ- আই পি এছ পৰিয়ালঃকেনেদৰে চাৰি ভাতৃ-ভগ্নীয়ে ইউ পি এছ চিত লাভ কৰিছিল সফলতা ? মিশ্ৰ পৰিয়ালৰ কাহিনীয়ে আপোনাকো কৰিব অনুপ্ৰাণিত

August 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 17, 2022
সুৰভি কলিতাক আদৰ্শ জননী বটা -মনোজ কুমাৰ গোস্বামীক অমৃত প্ৰবাহ সাংবাদিকতা বটাঁ প্ৰদান
সমাজ

সুৰভি কলিতাক আদৰ্শ জননী বটা -মনোজ কুমাৰ গোস্বামীক অমৃত প্ৰবাহ সাংবাদিকতা বটাঁ প্ৰদান

August 16, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 16, 2022
স্বাধীনতা দিৱসৰ  প্ৰাকমুহূৰ্তত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজাদী কা অমৃত মহোৎসৱ উদযাপন
সমাজ

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজাদী কা অমৃত মহোৎসৱ উদযাপন

August 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 15, 2022
Next Post
টেক্সাছত শোকাবহ ঘটনা : ট্ৰাকৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ ৪৬ জন প্ৰব্ৰজনকাৰী

টেক্সাছত শোকাবহ ঘটনা : ট্ৰাকৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ ৪৬ জন প্ৰব্ৰজনকাৰী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সূৰ্যৰ মৃত্যু হ’লে  কি হ’ব পৃথিৱীৰ?

সূৰ্যৰ মৃত্যু হ’লে কি হ’ব পৃথিৱীৰ?

August 17, 2022
অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

August 17, 2022
ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7