VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা ,২০২২

১৭মে’ত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 11, 2022
in সমাজ
বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা ,২০২২
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজৰ এডিটৰ ইন চীফ শ্ৰী প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিক বঁটা’ ৷ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত ‘পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ’ই আজি এই  ঘোষণা কৰে ৷ অহা ১৭মে’ত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি পুৱা ১১বজাত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰিবলগীয়া  এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব ৷ বিগত ১১বছৰ ধৰি আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ সৈতে সাংবাদিকতা জীৱন আৰম্ভ কৰা একাংশ সাংবাদিকক লৈ গঠিত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰয়াত সাংবাদিক গৰাকীৰ পবিত্ৰ স্মৃতিত প্ৰতিবছৰেই এই সাংবাদিকতা বঁটা প্ৰদান কৰি আহিছে ৷ উল্লেখ্য যে পূৰ্বে সাংবাদিক গৰাকীৰ ওপজা দিন ২৪ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও এই বৰ্ষৰ পৰা সাংবাদিক গৰাকীৰ মৃত্যু তিথি ১৭মে’ত এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই জানিবলৈ দিয়া মতে এই বঁটাৰ সৈতে আগবঢ়োৱা হ’ব নগদ ২৫,০০০টকা,স্মাৰক,চেলেং চাদৰ আৰু প্ৰশংসা পত্ৰ ৷

আশীৰ দশকৰ পৰা দৈনিক জনমভূমি কাকতৰ সৈতে সাংবাদিকতা জীৱন আৰম্ভ কৰা বিশিষ্ট সাংবাদিক শ্ৰী প্ৰশান্ত ৰাজগুৰুক প্ৰায় চাৰি দশকজোৰা সাংবাদিকতা জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ বিগত চাৰিটা দশকত শ্ৰী ৰাজগুৰুৱে দৈনিক জনমভূমি ,অসমীয়া প্ৰতিদিন ,দৈনিক অসম আদি ৰাজ্যৰ কেইবাখনো আগশাৰীৰ  বাতৰি কাকতত সাংবাদিকতাৰে অসমৰ সংবাদ জগতত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷  আমাৰ অসম কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰা শ্ৰী ৰাজগুৰুৱে   প্ৰাগ নিউজৰ এডিটৰ ইন চীফ হিচাপে  ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সাংবাদিকতাতো নিজস্ব স্থান দখল কৰিছে ৷ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ সময়ত ‘অসমীয়া প্ৰতিদিন’ কাকতত সতীৰ্থ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷

উল্লেখযোগ্য যে সাংবাদিক শ্ৰী প্ৰশান্ত ৰাজগুৰুক অহা ১৭মে’ত এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী তথা লেখক ড০ দীনেশ গোস্বামীয়ে  ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে সকলোলৈকে সাদৰ আমন্ত্ৰণ জনাইছে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ৷

Previous Post

‘কা চলচিত্ৰ মহোৎসৱ ২০২২’

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7