VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফুটবল খেলপথাৰত ধূলিস্যাৎ জাৰ্মানীৰ-গৌৰৱ!গ্ৰুপ পর্যায়ৰ পৰাই বিদায় ল’লে চাৰিবাৰকৈ বিশ্বকাপজয়ী দলটোৱে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in ক্ৰীড়া
ফুটবল খেলপথাৰত ধূলিস্যাৎ জাৰ্মানীৰ-গৌৰৱ!গ্ৰুপ পর্যায়ৰ পৰাই বিদায় ল’লে  চাৰিবাৰকৈ বিশ্বকাপজয়ী দলটোৱে

Germany's forward #13 Thomas Mueller (L) and Germany's defender #02 Antonio Ruediger reacts after they failed to qualify during the Qatar 2022 World Cup Group E football match between Costa Rica and Germany at the Al-Bayt Stadium in Al Khor, north of Doha on December 1, 2022. (Photo by KARIM JAAFAR / AFP)

0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপৰ ইতিহাসত জাৰ্মানীয়ে কেতিয়াও ইমান লজ্জিত হ’বলগীয়া হোৱা নাছিল , যিমান কাটাৰ বিশ্বকাপৰ সময়ত তেওঁলোকে লজ্জ্বাৰ সন্মুখীন হ’বলগীয়া হ’ল ৷  ফুটবলৰ গৌৰৱক লৈ তেওঁলোকে সদায় গৌৰৱ কৰি আহিছে। চাৰিটা বিশ্বকাপৰ ট্ৰফীয়ে তেওঁলোকৰ দেশক শোভাৱর্দ্ধন কৰিছে ৷  সেই গৌৰৱ বৃহস্পতিবাৰে ছিন্নভিন্ন হৈ পৰিল। ২০১৮ চনৰ পাছত  ২০২২ চনৰ বিশ্বকাপতো জাৰ্মানীয়ে একেৰাহে দুবাৰ গ্ৰুপৰ পৰা বাহিৰ হ’বলগীয়া হয় ৷

উল্লেখ্য যে বিশ্বকাপৰ সফল দলৰ ভিতৰত অন্যতম হৈছে জার্মানী। চাৰিবাৰ তেওঁলোক বিশ্ব চেম্পিয়ন। কেৱল সেয়াই নহয় চাৰিবাৰ ৰানাৰ্ছ আপৰ খিতাপ তেওঁলোকে দখল কৰিছে ৷ তৃতীয় স্থানো চাৰিবাৰ জার্মানীয়ে দখল কৰিছে। অৰ্থাৎ বিশ্বকাপৰ ফাইনেলত মুঠ আঠবাৰ  জার্মানীয়ে প্ৰৱেশ কৰিছে। আন কোনো দেশৰ এই নজিৰ নাই।

বিশ্বকাপৰ ইতিহাসত জাৰ্মানীৰ আটাইতকৈ বেয়া ফলাফল আছিল ১৯৩৮ চনত। সেইবাৰ প্ৰথম মেচত ছুইজাৰলেণ্ডৰ হাতত পৰাস্ত হৈ তেওঁলোক গুচি যায়। কিন্তু  সেই সময়ত আৰম্ভণিৰে পৰা ইয়াক নকআউট ফৰ্মেটত খেলা হৈছিল। টাইব্ৰেকাৰত ছুইজাৰলেণ্ডৰ হাতত পৰাস্ত হয় জাৰ্মানী। ১৯৫০ চনত  জার্মানীক খেলিবলৈ দিয়া হোৱা নাছিল। ১৯৫৪ চনত  জার্মানী চেম্পিয়ন হয় । তাৰ পিছত তেওঁলোকে পশ্চিম জাৰ্মানী হিচাপে খেলিছিল। ইয়াৰ পিছত ১৯৭৪, ১৯৯০ আৰু ২০১৪ চনত জাৰ্মানীয়ে বিশ্বকাপ দখল কৰে। ২০১৮ চনৰ পূৰ্বে তেওঁলোকে একেৰাহে চাৰিবাৰকৈ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। এবাৰ চেম্পিয়ন, এবাৰ ৰানাৰ্ছ আপ আৰু দুবাৰ তৃতীয় স্থান দখল কৰিছিল ।

১৯৯০ চনত বিশ্বকাপ জয় কৰাৰ পিছত জাৰ্মান ফুটবলে প্ৰায় এটা দশক ধৰি অন্ধকাৰ সময়ৰ মাজেৰে পাৰ হৈছিল। ইয়াৰ মাজতে দুটা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত দলটো  প্ৰৱেশ কৰে। কিন্তু ধাৰাবাহিক ব্যৰ্থতাৰ পিছত সলনি হ’ল দেশৰ ফুটবলৰ পৰিৱেশ। একেৰাহে দুবাৰকৈ গোটৰ পৰা ওলাই অহাৰ পৰিৱৰ্তন কিহৰ দ্বাৰা সলনি হ’ব?  সেয়া সময়ে ক’ব।

 

Previous Post

পানীৰ তলত আজিও সুৰক্ষিত নেকি বিশ্বৰ এইখন সুন্দৰ চহৰ ?

Next Post

ভূমিকম্পৰ পাছত উদ্ধাৰ অভিযান চলাব এন্দুৰে! কি প্ৰশিক্ষণ দিয়াত ব্যস্ত বিশেষজ্ঞ

Related Posts

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল
ক্ৰীড়া

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল

January 18, 2023
নতুন বিতৰ্ক  হকী বিশ্বকাপত!  ১১ জনৰ সলনি ১২ জন  খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!
ক্ৰীড়া

নতুন বিতৰ্ক হকী বিশ্বকাপত! ১১ জনৰ সলনি ১২ জন খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!

January 18, 2023
ছৌদি ক্লাৱ আল নাছেৰৰ সৈতে ৭ বছৰৰ বাবে চুক্তিৱদ্ধ ক্রিষ্টিয়ানো ৰোনাল্ডো, প্ৰতিমাহে লাভ কৰিব ১৪৮ কোটি টকা পাৰিশ্ৰমিক, বিলাসী আৱসগৃহৰ চৌহদত থাকিব শ্বপিং ম’ল
ক্ৰীড়া

প্ৰতি ছেকেণ্ডত উপার্জন কৰিব ১,৬৪,০০০ টকা! মেছি-ৰোণাল্ডো ক’ত হ’ব মুখামুখি ?

January 17, 2023
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে
ক্ৰীড়া

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

January 13, 2023
ফিফাৰ  বর্ষশ্ৰেষ্ঠ  ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে
ক্ৰীড়া

ফিফাৰ বর্ষশ্ৰেষ্ঠ ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে

January 13, 2023
হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে
ক্ৰীড়া

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

January 12, 2023
Next Post
ভূমিকম্পৰ পাছত উদ্ধাৰ অভিযান চলাব এন্দুৰে! কি প্ৰশিক্ষণ দিয়াত ব্যস্ত বিশেষজ্ঞ

ভূমিকম্পৰ পাছত উদ্ধাৰ অভিযান চলাব এন্দুৰে! কি প্ৰশিক্ষণ দিয়াত ব্যস্ত বিশেষজ্ঞ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7