VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ সম্পূর্ণ কৰিলে কিং কোহলিয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 18, 2023
in ক্ৰীড়া
কিয় আগতকৈ বেছিকৈ  হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে  বন্ধু ডি ভিলিয়ার্ছে
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

যাত্ৰাৰ আৰম্ভণি হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে। প্ৰথমে  ভাৰতক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপলৈ লৈ যায় আৰু পিছলৈ  ছিনিয়ৰ দলত সোমাই পৰে। প্ৰথমতে কোনো সফলতা নাছিল। দলৰ পৰা বাদ পৰিবলগীয়া হৈছিল ৷ কিন্তু ব্যর্থতাই তেওঁক টলাব পৰা নাছিল ৷ নিজৰ সাধনাৰে তেওঁ ক্ৰিকেট বিশ্বত প্ৰতিষ্ঠা কৰিলে আৰু মহান ক্ৰিকেটাৰসকলৰ মাজত নিজৰ স্থান প্ৰতিষ্ঠা  কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ হৈছে বিৰাট কোহলি ৷  কিং কোহলিয়ে  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূর্ণ কৰিলে ১৫ বছৰ । তেওঁ ১৫ বছৰ ৰাজত্ব কৰিলে ক্ৰিকেট বিশ্বত ৷

 

২০০৮ চনৰ ১৮ আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ হৈছিল। ডাম্বুল্লাত গৌতম গম্ভীৰৰ সৈতে বিৰাটে অ’পেন কৰিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে সেই এদিনীয়া শৃংখলাত বিৰাটে মাত্ৰ এটা অৰ্ধশতকহে অৰ্জন কৰিছিল। আউট হোৱাৰ পাছত  ড্ৰেছিং ৰুমলৈ উভতি আহোঁতে তেওঁৰ বিৰক্তি প্ৰকাশৰ ধৰণটোক লৈ সমালোচনা  আৰম্ভ হ’ল। বিৰাটক দলৰ পৰা বাদ দিবলগীয়া হৈছিল। এবছৰৰ পিছত উভতি আহিছিল। সেয়াও শ্ৰীলংকাৰ বিৰুদ্ধে। ইয়াৰ পিছত পিছলৈ ঘূৰি চোৱা নাছিল।

 

শ্ৰীলংকাৰ বিৰুদ্ধেও বিৰাটৰ প্ৰথম শতক অর্জন কৰে । ২০০৯ চনত ইডেনত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল বিৰাটে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সেয়াই তেওঁৰ প্ৰথম শতক। ১৫ বছৰত তেওঁ অজৰন কৰে  ৭৬ টা শতক । অৰ্থাৎ গড় হিচাপত বিৰাটে প্ৰতি বছৰে পাঁচটাকৈ শতক অৰ্জন কৰিছিল।

১৫ বছৰত একাধিক অভিলেখ গঢ়িছে বিৰাটৰ। অভিষেকৰ পিছত বিৰাটে সৰ্বাধিক ৰান (২৫,৫৮২) ৰান সংগ্ৰহ কৰে। সৰ্বাধিক অর্ধশতক (১৩১) অর্জন কৰে। ১৫ বছৰত বিৰাট কেৱল এজন নিৰ্ভৰযোগ্য বেটছমেন হোৱাই নহয় ভাৰতীয় ক্ৰিকেটত আগ্ৰাসনৰ সমাৰ্থক হৈ পৰিছে। বিৰাটৰ আগ্ৰাসী মনোভাৱে অধিনায়ক হিচাপেও দৃষ্টি আকৰ্ষণ কৰিছিল। অধিনায়ক হিচাপে (এই ১৫ বছৰত) সৰ্বাধিক ৰান (১২,৮৮৩) ৰানৰ তালিকাতো তেওঁ শীৰ্ষস্থান দখল কৰিছে। অধিনায়কত্বৰ সময়ছোৱাত বিৰাটে ২৭ বাৰ মেন অৱ দ্য মেচ আৰু ১২ বাৰ মেন অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে। যদিও বিৰাটৰ নেতৃত্বত ভাৰতে কেতিয়াও আই চি চিৰ প্ৰতিযোগিতাত জয়ী হোৱা নাছিল।

১৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ৩৪ বছৰীয়া বিৰাট কেৱল আগবাঢ়িছে। তেওঁ এইবাৰ বিশ্বকাপত ভাৰতীয় দলৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব, যিজন ১২ বছৰ পূৰ্বেও বিশ্ব বিজয়ী দলত আছিল। তেওঁ বিশ্ব বিজয়ৰ আৰু এটা সোৱাদৰ বাবে আগ্ৰহী। আৰু ১.৪ বিলিয়ন ভাৰতীয়ই আৰু এবাৰ তেওঁৰ হাতত বিশ্বকাপৰ ট্ৰফী চাবলৈ অপেক্ষা কৰি আছে।

 

 

​

 

Previous Post

এজন শাক-পাচলি বিক্ৰেতা,৩০বছৰ বয়সতে যি ডাষ্টবিনৰ পৰা কোলাত তুলি লৈছিল এজনী কণমানিক

Next Post

২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰানাক ভাৰতলৈ প্ৰত্যপর্ণৰ প্ৰস্তুতি আমেৰিকাৰ

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰানাক ভাৰতলৈ প্ৰত্যপর্ণৰ প্ৰস্তুতি আমেৰিকাৰ

২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰানাক ভাৰতলৈ প্ৰত্যপর্ণৰ প্ৰস্তুতি আমেৰিকাৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7