VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইংলেণ্ডৰ লিভাৰপুলৰ পিছত এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী, পুত্ৰৰ চখ পুৰাবলৈ আগবাঢ়িছে আম্বানী পৰিয়াল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in ক্ৰীড়া
ইংলেণ্ডৰ লিভাৰপুলৰ পিছত এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী, পুত্ৰৰ চখ পুৰাবলৈ আগবাঢ়িছে আম্বানী পৰিয়াল
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী প্ৰিমিয়াৰ লীগৰ ক্লাব ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী। ইয়াৰ পূৰ্বে  ভাৰতীয় কোটিপতি ব্যৱসায়ী গৰাকীয়ে লিভাৰপুল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। এইবাৰ মুকেশ আম্বানীয়ে আৰ্চেনাল ক্ৰয় কৰিব পাৰিব বুলি এক সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানী আৰ্চেনালৰ অনুৰাগী। পুত্ৰৰ অনুৰোধত তেওঁ লণ্ডনত থকা ক্লাবটো ক্ৰয় কৰিবলৈ আগ্ৰহী হৈ পৰে। ইংৰাজী কাকত ‘দ্য মিৰ’ৰ’ৰ বাতৰি অনুসৰি লিভাৰপুলে এই বিষয়টোক লৈ আলোচনা আৰম্ভ কৰিছে। আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলৰ মালিক মুকেশ। প্ৰতিখন মেচতে তেওঁৰ পত্নী নীতা আম্বানী আৰু পুত্ৰক গেলেৰীত দেখা যায়। আনহাতে, আম্বানীৰ কোম্পানীটোৱে আই এছ এল পৰিচালনা কৰা ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেডৰো মালিক৷ ফলত ক্ৰীড়া দল ক্ৰয় কৰাটো আম্বানীৰ বাবে নতুন কথা নহয়।

আৰ্চেনালৰ পূৰ্বে লিভাৰপুল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল মুকেশ আম্বানীয়ে। লিভাৰপুলৰ মালিক আমেৰিকান কোম্পানী ফেনৱে স্প’ৰ্টছ গ্ৰুপ (এফ এছ জি)। ক্লাবটো বিক্ৰী কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছে। ক্লাৱটো ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল মুকেশ আম্বানীয়ে । এফ এছ জিয়ে লিভাৰপুলক ৪ বিলিয়ন পাউণ্ডত (ভাৰতীয় মুদ্ৰাত ৩৮ হাজাৰ ১১৯ কোটি) বিক্ৰী কৰিব পাৰে। তেওঁলোকে ক্লাবটোক পোনপটীয়াকৈ বিক্ৰী কৰাৰ আগ্ৰহ দেখুৱাইছিল ৷

জানিব পৰা মতে মুকেশ আম্বানীয়ে সেই ক্লাবটো ক্ৰয় কৰিব পাৰে যদিও এতিয়ালৈকে কোনো চুক্তি হোৱা নাই। অৱশ্যে এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰদর্শন কৰিছে ভাৰতীয় কোটিপতি ব্যৱসায়ীজন।

 

Previous Post

টাৱাঙত চীন-ভাৰতৰ সৈন্যৰ সংঘর্ষক লৈ ৰাজনাথ সিঙৰ বিবৃতি, অসন্তুষ্ট বিৰোধীয়ে এৰিলে সংসদ

Next Post

চি.এন.এফ.এফৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি লছ এঞ্জেলছ নিবাসী পৰিচালক আদিত্য পট্টবৰ্ধন

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
চি.এন.এফ.এফৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি  লছ এঞ্জেলছ নিবাসী পৰিচালক আদিত্য পট্টবৰ্ধন

চি.এন.এফ.এফৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি লছ এঞ্জেলছ নিবাসী পৰিচালক আদিত্য পট্টবৰ্ধন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7