VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গোটেই নিশা পাৰ্টি কৰি পিছদিনা ইডেনত ২৫০ ৰান সংগ্ৰহঃ বিৰাট কোহলীৰ গোপন কাহিনী ফাদিল সতীৰ্থৰ

voicedesk by voicedesk
June 26, 2023
in ক্ৰীড়া
গোটেই নিশা পাৰ্টি কৰি পিছদিনা ইডেনত ২৫০ ৰান সংগ্ৰহঃ বিৰাট কোহলীৰ গোপন কাহিনী ফাদিল সতীৰ্থৰ
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

২০১২ চনৰ আগতে বিৰাট কোহলীৰ জীৱন আছিল সুকীয়া। খেলাৰ উপৰিও পাৰ্টি আৰু টেটুক লৈ তেওঁ  ব্যস্ত আছিল। কিন্তু ২০১২ চনৰ পৰা বিৰাটে নিজৰ ফিটনেছৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰি আহিছে। নিজকে সলনি কৰিবলৈ সক্ষম হৈছে । ২০১২ চনৰ পূৰ্বে বিৰাটৰ কেৰিয়াৰৰ এটা গোপন কথা ফাদিল কৰিছে তেওঁৰ দীৰ্ঘদিনীয়া সতীৰ্থ ঈশান্ত শৰ্মাই।

 

দিল্লীৰ হৈ ১৭ বছৰ অনুৰ্ধ পৰ্যায়ৰ পৰা একেলগে খেলি আহিছে বিৰাট আৰু ইশান্ত। ১৯ বছৰ অনুৰ্ধৰ এখন মেচৰ কথা প্ৰকাশ কৰিছে ঈশান্তে। তেওঁ কয়, ‘আমি কলকাতাত ১৯ বছৰ অনুৰ্ধৰ মেচ খেলি আছিলো। দিনটোৰ শেষত বিৰাট অপৰাজিত হৈ আছিল। পিছদিনা আৰম্ভণিৰে পৰা খেলিব লগা হৈছিল। কিন্তু বিৰাটে গোটেই ৰাতি পাৰ্টি কৰিলে। পিছদিনা খেলপথাৰলৈ  আহি পুনৰ ২৫০ ৰান কৰে। বিৰাটৰ সেই সময়ৰ সাক্ষী মই।”

 

ঈশান্তই বিৰাটৰ প্ৰতিটো পৰিৱৰ্তন নিবিড়ভাৱে দেখিছে। কাৰণ, দিল্লী আৰু জাতীয় দলৰ হৈ একেলগে খেলিছিল দুয়ো। ঈশান্তই কয়, ‘বিৰাট বহুত সলনি হৈছে। তেওঁৰ প্ৰতিটো পৰিৱৰ্তনৰ সাক্ষী মই। ২০১২ চনৰ পৰাই তেওঁ নিজৰ শৰীৰৰ যত্ন ল’বলৈ আৰম্ভ কৰে। বিশ্বকাপৰ পিছত  খাদ্যাভ্যাস চাওক। কাম কৰিবলৈ ধৰিলে। ক্ৰমান্বয়ে বিৰাট বিশ্বৰ অন্যতম ফিট ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।“ তেওঁৰ ভাষাত “বিৰাটে ফিট হৈ থাকিবলৈ নিজৰ প্ৰিয় চোলে ভাতুৰী এৰিব লগা হৈছিল। এতিয়া বছৰত এবাৰ বা দুবাৰ দেখিছোঁ তেওঁক সেই ধৰণৰ খাদ্য খোৱা।”

 

নিজৰ জীৱনৰ এই পৰিৱৰ্তনৰ বিষয়ে বিৰাটে নিজেই বহুবাৰ কৈছে। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে আগতে খোৱা সকলো অভ্যাস সলনি কৰি দিছে । বৰঞ্চ দিনটোৰ বেছিভাগ সময় এতিয়া জিম বা প্ৰশিক্ষণত কটায়। বাকী সময়খিনি পৰিয়ালৰ সৈতে কটায়। এই পৰিৱৰ্তনৰ বাবে বিৰাটে পত্নী অনুষ্কা শৰ্মা আৰু কন্যা ভামিকাকো কৃতিত্ব দিয়ে।

Previous Post

হিমাচল প্ৰদেশত অবিৰত বৰষুণৰ ফলত ৬ জন লোকৰ মৃত্যু, ভূমিস্খলনত বন্ধ মাণ্ডী-কুলু ঘাইপথ, পৰ্যটকৰ হাহাকাৰ

Next Post

২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব? ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব?  ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পৰিব? ক’লে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7