VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 13, 2023
in ক্ৰীড়া
ৰেলৱে ষ্টেচনৰ পৰা চুৰি হ’ল বেন ষ্টোকছৰ  বেগ, কি ক’লে ক্ৰিকেটাৰ জনে !
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

লণ্ডনত চুৰি হ’ল ক্ৰিকেটাৰ বেন ষ্টোকছৰ বেগ ৷ লণ্ডনৰ কিংছ ক্ৰাছ ষ্টেচনৰ পৰা ইংলেণ্ডৰ টেষ্ট অধিনায়কৰ  বেগটো  চুৰি হৈছে। ক্ষুব্ধ ষ্ট’কছে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰে। নিউজিলেণ্ড ভ্ৰমণ সম্পূৰ্ণ কৰি ঘৰলৈ উভতি অহাৰ পিছত ক্ষোভিত হৈ পৰিছে ষ্ট’কছ।

 

ৰেল ষ্টেচনত তেওঁৰ বেগ চুৰি হোৱাৰ পাছত ক্ষুন্ন হৈ পৰিছে ষ্টোকছ। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “যিয়েই মোৰ বেগটো কিংছ ক্ৰাছৰ পৰা চুৰি কৰিব, মই ভাবো মোৰ কাপোৰবোৰ ডাঙৰ হ’ব।”

নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত খেলি ঘৰলৈ উভতি আহিছিল ষ্টকছ। কিছুদিনৰ পিছত তেওঁ ভাৰতলৈ আহিব আই পি এল খেলিবলৈ। ইংলেণ্ডৰ অল ৰাউণ্ডাৰগৰাকীয়ে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব। যোৱা টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত ষ্ট’কছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিছুদিন পূৰ্বে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ষ্ট’কছে।

 

অৱশ্যে ইংলেণ্ডৰ হোৱাইট বল ক্ৰিকেট প্ৰশিক্ষক মেথিউ মটেও কয় যে যদি ষ্টকছে এদিনীয়া বিশ্বকাপত খেলিব বিচাৰে তেন্তে তেওঁ সুখী হ’ব। তেওঁ কয়, “মই ইচ্ছাকৃতভাৱে ষ্ট’কছক অকলে চিন্তা কৰাৰ সুযোগ দিছো। তেওঁ খেলিব বিচাৰে নেকি আমাক জনাওক। আমি খৰখেদাকৈ ক’বলৈ কোৱা নাছিলো। গ্রীষ্মৰ মাজভাগলৈকে ষ্ট’কছে সিদ্ধান্ত ল’ব পাৰে৷ শাৰীৰিক আৰু মানসিক অৱস্থা গুৰুত্বপূৰ্ণ। বিশ্বকাপৰ দলত নিৰ্বাচিত হ’ব বিচাৰিলে ষ্ট’কছে নিজকে প্ৰস্তুত কৰিব লাগিব।“

 

ক্ৰিকেট প্ৰেমীৰ এটা অংশই ষ্টকছক অৱসৰৰ পৰা ওলাই আহি পুনৰ এদিনীয়া ক্ৰিকেট খেলিবলৈ আহ্বান জনায়। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত ইংলেণ্ড দলত ষ্টকছ চাব বিচাৰে অনুৰাগীয়ে ৷

Previous Post

বিশ্ববিদ্যালয়ত অধ্যাপক হ’বলৈ প্ৰয়োজন নহ’ব পি এইচ ডিৰ, ঘোষণা ইউ জি চিৰ অধ্যক্ষৰ

Next Post

অস্কাৰ বটাত চিনিয়েই নাপালে দীপিকাক, ফটোত নাম আহিল ব্ৰাজিলৰ মডেলৰ

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
Next Post
অস্কাৰ বটাত চিনিয়েই নাপালে দীপিকাক, ফটোত নাম আহিল ব্ৰাজিলৰ মডেলৰ

অস্কাৰ বটাত চিনিয়েই নাপালে দীপিকাক, ফটোত নাম আহিল ব্ৰাজিলৰ মডেলৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7