VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হৈছিল ডেনিছ শাপোভালভ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 10, 2022
in ক্ৰীড়া
ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত  ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কানাডিয়ান টেনিছ খেলুৱৈ ডেনিছ শাপোভালভে সোমবাৰে লৰেঞ্জো চোনেগোৰ বিৰুদ্ধে তেওঁৰ ইটালিয়ান অপেন খেলৰ সময়ত সংযম হেৰুৱাই  আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু জনতাক গালি-গালাজ কৰিছিল। অৱশ্যে ২৩ বছৰীয়া যুৱকজনে পিছত তেওঁৰ এই আচৰণৰ বাবে ক্ষমা বিচাৰিছিল।

তেওঁৰ এই খঙাল আচৰণৰ ভিডিঅ’ ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ আম্পায়াৰৰ সৈতে তৰ্ক কৰা দেখা গৈছে।

বলটোৱে নেট হপ কৰাৰ বাবে সৃষ্টি কৰা  এটা পইণ্ট পেনাল্টিৰ বাবেই খং উঠিছিল (এটা লাইন কল)শ্বাপোভালভৰ। আম্পায়াৰ ৰিচাৰ্ড হাইৱে,  শাপোভালভে কোড উলংঘন কৰা বুলি অভিযোগ কৰি  কৈছিল যে তেওঁ “নেট পাৰ হ’ব নোৱাৰে”।

ইয়াৰ পিছতেই  আম্পায়াৰ আৰু শাপোভালভৰ মাজত তৰ্ক আৰম্ভ হয় আৰু খেলুৱৈজনক উপহাস কৰা হয়, যাৰ ফলত তেওঁ দৰ্শককো গালি-গালাজ পৰা দেখা যায়।

ভিডিঅ’টো সোমবাৰে ডাবলফল্ট ২৮ ৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছিল আৰু ই দুই মিলিয়নতকৈও অধিক দৰ্শক আৰু ৩,৫৯০ ৰো অধিক লাইক লাভ কৰিছিল।

আনহাতে খেলুৱৈগৰাকীৰ অনুৰাগী সকলেও সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া দৰ্শাবলৈ আৰম্ভ কৰিছিল ৷

“শাপোভালভ এজন বিস্ময়কৰ খেলুৱৈ আৰু সদায় অতি সন্মানীয়। মই নিশ্চিত যে সঁচাকৈয়ে কিবা বেয়া ঘটিছে যিয়ে এই প্ৰতিক্ৰিয়াটো আৰম্ভ কৰিছিল। গোটেই ছবিখন পোষ্ট কৰক , কেৱল তেওঁ ক’ত গালি দি আছে সেয়া নহয়,” তেওঁৰ এজন অনুৰাগীয়ে মন্তব্য কৰে।

“মই কানাডিয়ান আৰু যেতিয়া এজন ব্যক্তি নিজৰ বাবে থিয় হয় তেতিয়া মই লাজ নকৰোঁ।” আন এজনে লিখিছিল।

শাপোভালভে পিছত আম্পায়াৰৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু স্বীকাৰ কৰিছিল যে নেট পাৰ হোৱাটো তেওঁৰ ফালৰ পৰা ভুল আছিল।উক্ত খেলখনত  খেলুৱৈগৰাকীয়ে  চোনেগোক ৭-৬ (৭/৫), ৩-৬, ৬-৩ ত পৰাস্ত কৰে।

ইটালিয়ান অপেন হৈছে ইটালীৰ ৰোমত অনুষ্ঠিত এক টেনিছ প্ৰতিযোগিতা। ইয়াক এসময়ত ইটালিয়ান আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বুলি জনা গৈছিল। পুৰুষৰ প্ৰতিযোগিতাখন হৈছে এছ’চিয়েচন অফ টেনিছ প্ৰফেচনেলচ (এটিপি) ভ্ৰমণত এটা এটিপি ট্যুৰ মাষ্টাৰ্ছ ১০০০ইভেণ্ট, আনহাতে মহিলা প্ৰতিযোগিতাখন মহিলা টেনিছ এছ’চিয়েচন (ডব্লিউটিএ) ভ্ৰমণত ডব্লিউটিএ ১০০০ ইভেণ্ট।

 

Previous Post

ফটো সাংবাদিক প্ৰয়াত ডেনিছ চিদ্দিকীসহ চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ সন্মান

Next Post

পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত কেনেকৈ বিস্ফোৰণ হ’ল গ্ৰেণেড

Related Posts

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
Next Post
পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত কেনেকৈ বিস্ফোৰণ হ’ল গ্ৰেণেড

পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত কেনেকৈ বিস্ফোৰণ হ’ল গ্ৰেণেড

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7