VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ফটো সাংবাদিক প্ৰয়াত ডেনিছ চিদ্দিকীসহ চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 10, 2022
in মুখ্য সংবাদ
ফটো সাংবাদিক প্ৰয়াত ডেনিছ চিদ্দিকীসহ চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ সন্মান
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানত তালিবানৰ গুলীত প্ৰাণ হেৰুওৱা ভাৰতীয়  সাংবাদিক ডেনিছ চিদ্দিকীক  ফিচাৰ ফটোগ্ৰাফী শ্ৰেণীত চলিত বর্ষৰ সন্মানীয় পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে ৷ চিদ্দিকিৰ সৈতে আন তিনিগৰাকী   ভাৰতীয়ই এইবাৰ  পুলিৎজাৰ বটাঁ লাভ কৰিছে ৷ পুলিৎজাৰ বঁটা ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি চিদ্দিকী আৰু তেওঁৰ সহকৰ্মী আদনান আবিদি, ছান্না ইৰছাদ মাট্টু আৰু অমিত ডাভে সোমবাৰে ঘোষণা কৰা এই বঁটা লাভ কৰে ৷  ক’ভিডৰ সময়ত তোলা ফটোৰ বাবে তেওঁ এই সন্মান লাভ কৰে ৷

উল্লেখ্য যে ৩৮ বছৰীয়া চিদ্দিকী যোৱা বছৰ আফগানিস্তানত কর্তব্যৰত সময়ত মৃত্যু হৈছিল। বঁটা বিজয়ী সাংবাদিকজন যোৱা জুলাইত কান্দাহাৰ চহৰৰ স্পিন বোল্ডক জিলাত আফগান সৈন্য আৰু তালিবানৰ মাজত সংঘৰ্ষৰ ফটো তুলিবলৈ যোৱাৰ সময়ত নিহত হৈছিল।

দ্বিতীয়বাৰৰ বাবে চিদ্দিকীয়ে  এইবাৰ পুলিৎজাৰ বঁটা লাভ কৰিছে। তেওঁক ২০১৮ চনত ৰহিংগীয়া সংকটৰ ফটোৰ বাবে  ৰয়টাৰ দলৰ অংশ হিচাপে সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ আফগানিস্তান সংঘৰ্ষ, হংকঙৰ প্ৰতিবাদ আৰু এছিয়া, মধ্য প্ৰাচ্য আৰু ইউৰোপৰ অন্যান্য গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ফটো তুলি বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰিছিল ৷ চিদ্দিকীয়ে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা অৰ্থনীতিত ডিগ্ৰী লাভ কৰিছিল। তেওঁ ২০০৭ চনত জামিয়াৰ এজেকে গণ যোগাযোগ গৱেষণা কেন্দ্ৰৰ পৰা সাংবাদিকতা বিষয়ত ডিগ্ৰী লাভ কৰিছিল।তেওঁ দূৰদৰ্শনৰ বাতৰি সংবাদদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পাছলৈ  ফটো সাংবাদিকতাত গুৰুত্ব প্ৰদান কৰে ৷ ২০১০  চনত ৰয়টাৰত এজন ইণ্টাৰ্ন হিচাপে যোগদান কৰিছিল। লছ এঞ্জেলছ টাইমছৰ মাৰ্কাছ য়ামে ব্ৰেকিং নিউজ ফটোগ্ৰাফী শ্ৰেণীত বঁটা লাভ কৰিছে ৷

 

Previous Post

আফগানিস্তানত হিজাব পৰিধান বাধ্যতামূলক কৰিলে তালিবানে , কি ক’লে মালালা ইউছুফজাই !

Next Post

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত  ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7