VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলতো কেৰিয়াৰ সামৰিব নেকি ধোনিয়ে ? শেষৰ বাবে দেখিব নেকি এমএছৰ বেটৰ যাদু !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2023
in ক্ৰীড়া
আই পি এলতো কেৰিয়াৰ সামৰিব নেকি ধোনিয়ে ? শেষৰ বাবে দেখিব নেকি এমএছৰ বেটৰ যাদু !!
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

তিনি সপ্তাহৰ পাছত পুনৰ চেন্নাই ছুপাৰ কিংছক আই পি এলত নেতৃত্ব দিব এম এছ ধোনিয়ে । প্ৰথমখন খেলত ধোনিৰ দলটোৱে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব। বহুতে ভাবে যে এয়া ধোনীৰ শেষ আই পি এল। তেওঁৰ প্ৰাক্তন সতীৰ্থ মেথিউ হেডনেও একে কথাই প্ৰকাশ কৰিছে । তেওঁৰ মতে, এই ছিজনটো তেওঁ পূৰ্বৰ ১৫টাত ছিজনতকৈ বেছি উপভোগ কৰিব।

ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজ সন্দৰ্ভত মন্তব্য কৰি হেডেনে কয় যে, পৰিস্থিতি যিয়েই নহওক কিয়, চেন্নাইয়ে সদায় এটা বাট বিচাৰি পায়। দুবছৰ খেলা নাছিল। ঘূৰি আহি সেই বছৰ ট্ৰফী জিকিছিল। তাৰ আঁৰত ধোনী। দলটো পুনৰ নিৰ্মাণৰ আঁৰৰ প্ৰকৃত মগজু তেওঁৰ। বাকী দলৰ দৰে নহয়। একাংশ ক্ৰিকেটাৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে

পিছত হেডনে লগতে কয়, ‘ধোনিৰ বাবে এই বছৰটো বেলেগ হ’ব। মই ভাবো এইয়াই ধোনী যুগৰ অন্ত। আশা কৰো নিজৰ ছন্দত বচাই ৰাখি ধোনিয়ে বিদায় ল’ব ৷ অনুৰাগীসকলেও সেইটোৱেই বিচাৰে।”

তিনি বছৰৰ পাছত পুনৰ পুৰণি ফৰ্মেটলৈ ঘূৰি আহিছে আই পি এল। অৰ্থাৎ ঘৰুৱা আৰু বিদেশী ফৰ্মেটত অনুষ্ঠিত হ’ব আইপিএল। হেডেনৰ মতে ধোনীৰ ৰাজকীয় বিদায়ৰ পথ মসৃণ হৈ পৰিব। তেওঁ কয় যে আই পি এল ভাৰতৰ চুক-কোণলৈ ঘূৰি আহিছে। বিশেষকৈ চেন্নাই ছুপাৰকিংছৰ সহস্ৰাধিক সমৰ্থকে ধোনিক চাবলৈ ষ্টেডিয়াম ভৰি পৰিব। এইবাৰো  তেওঁলোকক পৰাস্ত কৰাটো অতি কঠিন হ’ব।  চিপকত তেওঁলোকৰ জয়ৰ অভিলেখ আন যিকোনো দলতকৈ ভাল। য়তো শেষবাৰৰ বাবে অনুৰাগীয়ে ধোনিক চাবলৈ গৈ আছে। এই অভিজ্ঞতা কোনেও পাহৰিব নিবিচাৰিব। ধোনীয়ে চিপত অনুৰাগীক বিদায় দিব বিচাৰিব। গতিকে সমৰ্থকৰ ভিৰ এইবাৰ আগৰ তুলনাত বহু বেছি হ’ব।”

Previous Post

চীনক হেঁচা প্ৰয়োগ কৰিবলৈ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি পাব ঘনিষ্ঠতা , দুই দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকত কি কি সিদ্ধান্ত লোৱা হ’ল !

Next Post

দেশত হংকং ফ্লুত দুজন লোকৰ মৃত্যু! অধিক বিপজ্জনক হৈ পৰা এইচ ৩এন২ ভাইৰাছৰ পৰা কিদৰে বাচিব ? শিশুক লৈ সাৱধান হ’বলৈ কেন্দ্ৰই দিছে সকীয়নি !

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
দেশত হংকং ফ্লুত দুজন লোকৰ মৃত্যু! অধিক বিপজ্জনক হৈ পৰা এইচ ৩এন২ ভাইৰাছৰ পৰা কিদৰে বাচিব ? শিশুক লৈ সাৱধান হ’বলৈ কেন্দ্ৰই দিছে সকীয়নি !

দেশত হংকং ফ্লুত দুজন লোকৰ মৃত্যু! অধিক বিপজ্জনক হৈ পৰা এইচ ৩এন২ ভাইৰাছৰ পৰা কিদৰে বাচিব ? শিশুক লৈ সাৱধান হ’বলৈ কেন্দ্ৰই দিছে সকীয়নি !

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7