VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টি 20 বিশ্বকাপৰ পিছতে অৱসৰ লব ডুৱেইন ব্ৰেভোয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 5, 2021
in ক্ৰীড়া
টি 20 বিশ্বকাপৰ পিছতে অৱসৰ লব ডুৱেইন ব্ৰেভোয়ে
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান চলি থকা টি 20 বিশ্বকাপ ক্ৰিকেটৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লব ৱেষ্ট ইণ্ডিছৰ অলৰাউণ্ডাৰ ডুৱেইন ব্ৰেভোয়ে। বৃহস্পতিবাৰে অনুষ্ঠিত মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিছ পৰাজিত হোৱাৰ পিছতে ব্ৰেভোয়ে এই কথা প্ৰকাশ কৰে। মেচখনৰ পাছত ফেচবুক লাইভৰ জৰিয়তে আই চি চিক এই কথা অৱগত কৰে। ডুৱেইন ব্ৰেভোয়ে কয়,”মই ভাবো যে মোৰ সময় আহি পৰিছে। মই এটা ভাল কেৰিয়াৰ অতিবাহিত কৰিলো।

বিগত 18 বছৰ ধৰি উত্থান -পতনৰ মাজেৰে ৱেষ্ট ইণ্ডিচক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পালো। যেতিয়াই মই উভতি চাওঁ তেতিয়াই মই দেশখনক প্ৰতিনিধিত্ব কৰাৰ বাবে গৌৰৱ অনুভৱ কৰো।” ফেচবুক লাইভত তেওঁ এইবুলিও কয় ” আই চি চিৰ তিনিটা ট্ৰফী মই জয় কৰিলোঁ। মই এটা কথাক লৈ সদায় গৌৰৱ কৰো যে ক্ৰিকেটৰ জগতত আন্তৰ্জাতিক ভাবে আমি আমাৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হলো।”

উল্লেখযোগ্য যে কালিৰ মেচত হোৱাৰ লগে লগে টি 20 ৱৰ্ল্ড কাপৰ চেমিফাইনেলত প্ৰবেশৰ আশা নির্বাপিত হল। আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় ললেও আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ ব্ৰেভোয়ে পুনৰ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ব্ৰেভোয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। এটাৰ পাছত আন এটা অভিলখেৰে ক্ৰিকেটৰ জগতত নিজৰ নাম উজলাই তুলিছে।

বিশেষকৈ টি 20 ক্ৰিকেটত ব্ৰেভোৰ সমান ট্ৰফী কোনো ক্ৰিকেটাৰে লাভ কৰিবলৈ সক্ষম হোৱা নাই। টি 20 মেচত 553 টা উইকেট লাভ কৰাৰ লগতে তেওঁ কৰা ৰানৰ সংখ্যা হৈছে 6617 । টি 20 ৰ ইতিহাসত ব্ৰেভো হৈছে আটাইতকৈ বেছি উইকেট লাভ কৰা ক্রিকেটাৰ।

Previous Post

অৰুণাচল প্ৰদেশৰ সমীপতে এশ গৃহৰে চীনে নিৰ্মাণ কৰিছে গাঁও

Next Post

২০২১ বৰ্ষৰ বুকাৰ প্ৰাইজ প্ৰদান

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
২০২১ বৰ্ষৰ বুকাৰ প্ৰাইজ প্ৰদান

২০২১ বৰ্ষৰ বুকাৰ প্ৰাইজ প্ৰদান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7