VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 26, 2023
in ক্ৰীড়া
পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

 

এইবাৰ আই পি এলত তাৰকা ক্ৰিকেটাৰ ব্যর্থ হৈছে ৷ বহু দলে নিলামত বহু টকা খৰচ কৰি সেই ক্ৰিকেটাৰক ক্ৰয় কৰিছিল। কিন্তু সেই ক্ৰিকেটাৰসকলে আঘাতৰ বাবে  সমগ্ৰ আই পি এল খেলিব নোৱাৰিলে ৷ পুনৰ খেলিলেও মেচত জয়ী হ’ব নোৱাৰিলে। এইবাৰৰ আই পি এলত ব্যৰ্থ হোৱা ৫ গৰাকী ক্ৰিকেটাৰ হৈছে –

বেন ষ্ট’কছঃ চেন্নাই ছুপাৰ কিংছে যেতিয়া নিলামত ইংলেণ্ডৰ অল-ৰাউণ্ডাৰগৰাকীক ক্ৰয় কৰিছিল, তেতিয়া ভবা হৈছিল যে তেওঁলোকে হয়তো ভৱিষ্যতে তেওঁক অধিনায়ক হিচাপে বিবেচনা কৰিব। কিন্তু এইবাৰ আই পি এলত ষ্ট’কছে তেনেকৈ খেলিব নোৱাৰিলে। ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়কজনক লাভ কৰিবলৈ ১৬ কোটি ২৫ লাখ টকা ব্যয় কৰা হয়। অল ৰাউণ্ডাৰগৰাকীয়ে চেন্নাইৰ হৈ মাত্ৰ দুখন মেচহে খেলিছিল। ১৫ ৰান সংগ্ৰহ কৰে। তেওঁ এটা অভাৰ বলিঙ কৰি দিছে  ১৮ ৰান । আঁঠুৰ আঘাতৰ বাবে ষ্ট’কছে খেলিব পৰা নাছিল।

 

হেৰী ব্ৰুকঃ তেওঁক ইংলেণ্ড দলৰ ভৱিষ্যত তাৰকা বুলি কোৱা হয়। সেই ব্ৰুকেও শতক অৰ্জন কৰিছিল। কিন্তু এইবাৰ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী বেটছমেনে ১১খন মেচত ১৯০ ৰান সংগ্ৰহ কৰে। ১৩ কোটি ২৫ লাখ টকা ব্যয় কৰি হায়দৰাবাদে ক্ৰয় কৰিছিল হেৰীক। কেকেআৰৰ বিৰুদ্ধে এটা শতকৰ বাহিৰে সমগ্ৰ আইপিএলত ব্যৰ্থ হৈছিল ব্ৰুক। তেওঁৰ দলটোৱেও প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে।

 

জোফ্ৰা আৰ্চাৰঃ মুম্বাইৰ পেচ এটেক এইবাৰ ইংৰাজ পেচাৰক কেন্দ্ৰ কৰি গঢ়ি তোলাৰ কথা আছিল। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মুম্বাইৰ আশা আছিল আৰ্চাৰ। কিন্তু তেওঁ মাত্ৰ পাঁচখন মেচহে খেলিছিল। ইয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈ প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়। শেষত ৰোহিত শৰ্মাই ৮ কোটি টকাত মুম্বাইয়ে ক্ৰয় কৰা আৰ্চাৰৰ সলনি ক্ৰীছ জৰ্ডানক দলত লৈ যায়।

 

ছেম কাৰেন: ইংলেণ্ডৰ আন এজন অলৰাউণ্ডাৰ বিফল হৈছে । এইবাৰৰ আই পি এলৰ নিলামত আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে কেৰেন। তেওঁক ১৮ কোটি ৮৫ লাখ টকাত ক্ৰয় কৰিছিল পঞ্জাব কিংছে। কিন্তু ১৪খন মেচত তেওঁ ২৭৪ ৰান সংগ্ৰহ কৰি ১০টা উইকেট দখল কৰে।

 

কাগিছ’ ৰাবাডাঃ দক্ষিণ আফ্ৰিকাৰ এই পেচাৰগৰাকী যিকোনো ধৰণৰ ক্ৰিকেটতে ভয়ংকৰ। তেওঁ ৬খন মেচত ৭টা উইকেট দখল কৰে। পঞ্জাব কিংছেও এই পেচাৰক লৈছিল ৯ কোটি ২৫ লাখ টকাত। যোৱা বছৰ আই পি এলত বেটছমেনৰ টোপনি কাঢ়ি নিয়া ৰাবাদাই এইবাৰো একেধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিলে।

Previous Post

নগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত “কম্বাইন হাৰ্ভেষ্টাৰ” কাৰ্যসূচী ৰূপায়ণ

Next Post

খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7