VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সমাগত বিশ্বকাপৰ ফাইনেল, কোনে লাভ কৰিব গ’ল্ডেন বুট, চর্চালৈ আহিছে এইসকল খেলুৱৈৰ নাম ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in ক্ৰীড়া
সমাগত বিশ্বকাপৰ ফাইনেল, কোনে লাভ কৰিব গ’ল্ডেন বুট, চর্চালৈ আহিছে এইসকল খেলুৱৈৰ নাম ?
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল পর্যায়ৰ অন্ত পৰিল। আৰু চাৰিখন মেচ বাকী। দুখন ছেমি ফাইনেল, তৃতীয় স্থানৰ প্লে অফ আৰু এখন ফাইনেল মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত কোনে বিশ্বকাপৰ গ’ল্ডেন বুট লাভ কৰিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ৷ চাও আহকছোন কাৰ কাৰ নাম চর্চিত হৈছে ৷

কিলিয়ান এমবাপে (৫ গ’ল): এতিয়ালৈকে তালিকাৰ শীৰ্ষত আছে এমবাপে। বিশ্বকাপত এতিয়ালৈকে ৫খন খেলত তেওঁ  ৫টা গ’ল কৰিছে। গ্ৰুপৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১টা গ’ল দিয়ে। দ্বিতীয়খন মেচত ডেনমাৰ্কৰ বিৰুদ্ধে তেওঁ  গ’ল কৰে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ বিৰুদ্ধেও এমবাপে ২টা গ’ল দিয়ে। কিন্তু কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে গ’ল দিব নোৱাৰিলে। তেওঁৰ গ’লৰ সংখ্যা বৃদ্ধি কৰিবলৈ আৰু দুখন মেচ খেলাৰ সুযোগ  পাব।

লিয়নেল মেছি (৪ গ’ল): তালিকাৰ দ্বিতীয় স্থানত আছে আৰ্জেণ্টিনাৰ মেছি। পাঁচখন মেচত তেওঁৰ গ’লৰ সংখ্যা  ৪টা ৷ গ্ৰুপৰ প্ৰথমখন খেলত ছৌদি আৰৱৰ বিৰুদ্ধে মেছিয়ে গ’ল দিয়ে। মেক্সিকোৰ বিৰুদ্ধেও তেওঁ এটা গ’ল দিয়ে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আৰু নকআউট পৰ্যায়ত কোৱাৰ্টাৰ ফাইনেলত মেছিয়ে এটাকৈ গ’ল দিয়ে। গ্ৰুপৰ অন্তিমখন খেলত পেনাল্টি বা পেনাল্টিৰ দ্বাৰা গ’ল দিয়াৰ সংখ্যাত তেওঁ এমবাপেৰ সমান আছিল। কিন্তু মেছিয়ে এতিয়াও এমবাপেক অতিক্ৰম কৰাৰ সুযোগ আছে।

অলিভিয়াৰ জিহু (৪ গ’ল): মেছিৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে জিহু। গ্ৰুপৰ প্ৰথমখন খেলত তেওঁ দুটা গ’ল দিয়ে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলতো পোলেণ্ডৰ বিৰুদ্ধে গ’ল দিয়ে। কোৱাৰ্টাৰ ফাইনেলত জিহুৱে হেদিয়া গ’লেৰে ইংলেণ্ডক পৰাস্ত কৰে ফ্ৰান্সে।  তেওঁ গোল্ডেন বুট লাভ কৰাৰ সম্ভাৱনা আছে।

জুলিয়ান আলভাৰেছ (২ গ’ল): এই বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ চমকপ্ৰদ প্ৰদর্শন কৰিছে  আলভাৰেজে। পোলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ মেচত তেওঁ প্ৰথমটো গ’ল দিয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয়টো গ’ল দিয়ে।

আন্দ্ৰে ক্ৰামাৰিক (২ গ’ল): কানাডাৰ বিৰুদ্ধে ক্ৰ’ৱেচিয়াৰ ষ্ট্ৰাইকাৰগৰাকীয়ে ব্গ’ল দিয়ে । ক্ৰ’ৱেচিয়াৰ অন্যতম আশা তেওঁ। দলটোৱে জয়ী হ’বলৈ ক্ৰামৰিচে অধিক গ’ল দিয়াৰ প্ৰয়োজন।

ইউছেফ এন-নেছিৰি (২ গ’ল): ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পর্তুগালক এই মৰক্কো ফুটবলাৰৰ গ’লেৰে বিশ্বকাপৰ পৰা বাহিৰ কৰি দিয়া হয়৷ গ্ৰুপত কানাডাৰ বিৰুদ্ধেও তেওঁ গ’ল দিয়ে।

ইয়াৰ উপৰিও এই বিশ্বকাপত ক্ৰ’ৱেচিয়াৰ ইভান পেৰিচিচ, মাৰ্কো লিভাজা, লভ্ৰ’ মাইয়াৰ, ফ্ৰান্সৰ এড্ৰিয়েন হামভি, চুৱামেনি, আৰ্জেণ্টিনাৰ এনজো ফাৰ্নাণ্ডেজ, এলেক্সিছ মেকএলিষ্টাৰ, নাহুৱেল মলিনা, মৰক্কোৰ আব্দেলহামিদ ছাবিৰি, জাকাৰিয়া আবৌখলাল, হাকিম জিচে ১টাকৈ গ’ল দিয়ে। লগতে আৰু দুখনকৈ মেচ খেলিব পাৰিব। সেয়ে তেওঁলোকো সোণালী বুটৰ বাবে যুঁজত নামিছে।

Previous Post

ভাৰতৰ কোন ঠাইত পৰিছিল সতী দেৱীৰ চকু ?

Next Post

সুন্দৰবন হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ

Related Posts

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ
ক্ৰীড়া

অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ

June 5, 2023
ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?
ক্ৰীড়া

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
Next Post
সুন্দৰবন  হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ

সুন্দৰবন হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7