VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুন্দৰবন হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ

কোনেও পূৰ্বে নেদেখা এই মাছ চাবলৈ মানুহৰ হেঁচা-থেলা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in জীৱন
সুন্দৰবন  হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

সুন্দৰবন সকলোৰে বাবে এক পৰিচিত নাম ৷ এই সুন্দৰবনৰ ৰায়মংগল  নদীত শেহতীয়াকৈ উদ্ধাৰ হৈছে রএক বিৰল প্ৰজাতিৰ কাঁইটীয়া মাছ ৷  এই  বিৰল প্ৰজাতিৰ মাছ নদীৰ পৰা উদ্ধাৰ হোৱাৰ পিছতেই মাছটো চাবলৈ বহু মানুহৰ হেঁচা থেলা লাগে অঞ্চলটোত  ৷ সাগৰত এই মাছ কেতিয়াবা দেখা পোৱা যায় যদিও সুন্দৰবনৰ নদীত ই সহজলভ্য নহয় বুলিয়েই মাছমৰীয়া সকলে কয়  ৷ কিন্তু শেহতীয়াকৈ সুন্দৰবনৰ হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ হ’ল এই বিৰল প্ৰজাতিৰ  কাঁইটীয়া  মাছ  ৷

পশ্চিমবংগৰ এক অন্যতম বৈচিত্ৰ  বিশ্ববিখ্যাত সুন্দৰবন অভয়াৰণ্য যি  বিভিন্ন পশু-পক্ষীকে আদি কৰি পোক-পতংগ আৰু বিভিন্ন জলচৰ প্ৰাণীৰ  বাসস্থান ৷ শীতকালত সুন্দৰবনৰ সেউজীয়া অৰণ্যৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আগমন ঘটে লক্ষ লক্ষ দেশী-বিদেশী পৰ্যটকৰ ৷

Previous Post

সমাগত বিশ্বকাপৰ ফাইনেল, কোনে লাভ কৰিব গ’ল্ডেন বুট, চর্চালৈ আহিছে এইসকল খেলুৱৈৰ নাম ?

Next Post

‘অনুপ্ৰেক্ষণ’ এটি ব্যতিক্ৰমী নাম

Related Posts

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
ফ্ৰীজত ৰাখিলেও নষ্ট হ’ব পাৰে মিঠাই , কেনেদৰে ৰাখিলে বেছিদিনলৈ মিঠাই ভালে থাকিব !!
জীৱন

ফ্ৰীজত ৰাখিলেও নষ্ট হ’ব পাৰে মিঠাই , কেনেদৰে ৰাখিলে বেছিদিনলৈ মিঠাই ভালে থাকিব !!

May 24, 2023
পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’
জীৱন

পুৱা খাদ্য নোখোৱা অভ্যাস আপোনাৰো আছে নেকি ? সাৱধান হওঁক আক্ৰান্ত হ’ব পাৰে এই তিনিটা ৰোগত !!’

May 23, 2023
Next Post
‘অনুপ্ৰেক্ষণ’ এটি ব্যতিক্ৰমী নাম

‘অনুপ্ৰেক্ষণ’ এটি ব্যতিক্ৰমী নাম

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7