VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ষ্টেডিয়ামৰ গেলেৰীৰ পৰাই উপভোগ কৰিব পাৰিব আই পি এলৰ মেচ, ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2022
in ক্ৰীড়া
ষ্টেডিয়ামৰ গেলেৰীৰ পৰাই উপভোগ কৰিব পাৰিব আই পি এলৰ মেচ, ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখবৰ ৷   দর্শকসকলে ষ্টেডিয়ামৰ পৰা উপভোগ কৰিব  পাৰিব   আগন্তুক আই পি এলৰ মেচ ৷  ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কতৃপক্ষই এইবাৰ  ষ্টেডিয়ামত দর্শকৰ  অনুমতি  প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷  আই পি এল অহা  ২৬ মাৰ্চৰ পৰা ৱাংখেডে ষ্টেডিয়ামত আৰম্ভ হ’ব ৷ প্ৰথমখন মেচত চেন্নাই চুপাৰ কিংছে (চিএছকে) কলকাতা নাইট ৰাইডাৰ্ছৰ (কেকেআৰ)মুখামুখি হ’ব। কোভিদ প্ৰট’কল অনুসৰি  ষ্টেডিয়ামৰ মুঠ আসনৰ ২৫ শতাংশ  আসনত দর্শকৰ অনুমতি দিয়া হ’ব।

এই সন্দর্ভত এক আনুষ্ঠানিক বিবৃতিত আই পি এল কতৃপক্ষই কয়-” মহামাৰীৰ বাবে কিছু সময়ৰ বিৰতিৰ পিছত আই পি এলৰ ১৫ তম সংস্কৰণত অনুৰাগীসকলক ষ্টেডিয়ামলৈ উভতি অহাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ৷ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা ক্ৰিকেট টুৰ্ণামেণ্টত তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ প্ৰদর্শণ উপভোগ কৰিব পাৰিব ৷”

খেলসমূহ মুম্বাই, নৱী মুম্বাই আৰু পুনেত অনুষ্ঠিত হ’ব।, ৱাংখেড়ে ষ্টেডিয়াম আৰু ডিৱাই পাটিল ষ্টেডিয়ামত ২০ খন খেল অনুষ্ঠিত হ’ব। ইফালে, পুনেৰ ব্ৰেবোৰ্ণ ষ্টেডিয়াম আৰু এমচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ১৫ খন  খেল অনুষ্ঠিত হ’ব।

 

 

Previous Post

যোগী আদিত্যনাথৰ শপতগ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, আমন্ত্ৰণ জনোৱা হৈছে “কাশ্মীৰ ফাইলছ”ৰ শিল্পীকো

Next Post

ৰাভা সকলৰ বসন্তকালীন উৎসৱ – হাছি (মাৰাংগা) আৰু ৰোন্তাক বা মাম্বেমাকায়

Related Posts

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
Next Post
ৰাভা সকলৰ বসন্তকালীন উৎসৱ – হাছি (মাৰাংগা) আৰু ৰোন্তাক বা মাম্বেমাকায়

ৰাভা সকলৰ বসন্তকালীন উৎসৱ - হাছি (মাৰাংগা) আৰু ৰোন্তাক বা মাম্বেমাকায়

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7