VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইডেনত ধাৱানৰ মাইলৰ খুঁটি, কোহলি-ৱার্ণাৰৰ অভিলেখৰ স্পর্শ

voicedesk by voicedesk
May 9, 2023
in ক্ৰীড়া
ইডেনত ধাৱানৰ মাইলৰ খুঁটি, কোহলি-ৱার্ণাৰৰ অভিলেখৰ স্পর্শ
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

 

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে নিজৰ দলটোৱে জয়লাভ কৰিব নোৱাৰিলেও  সোমবাৰে ইডেনত ব্যক্তিগত কৃতিত্ব অৰ্জন কৰে শিখৰ ধাৱানে। পাঞ্জাব কিংছৰ অধিনায়কগৰাকীয়ে স্পর্শ কৰিলে বিৰাট কোহলী আৰু  ডেভিদ ৱাৰ্নাৰৰ অভিলেখ ৷

 

কেকেআৰৰ বিৰুদ্ধে ৫৭ ৰান সংগ্ৰহ কৰি অ’পেনিং কৰে ধাৱানে। ৯ টা ফ’ৰ আৰু ১ ছিক্সৰ সহায়ত তেওঁৰ ৪৭ বলৰ ইনিংছত নজিৰ গঢ়ি তুলিছিল। তেওঁ আই পি এলত ৫০টা অর্ধশতক অর্জন  কৰা তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে এই মাইলৰ খুঁটি স্পৰ্শ কৰিছে দুজন বেটছমেনে। তেওঁলোক হৈছে কোহলী আৰু ৱাৰ্নাৰ। এই আই পি এলত আঠখন মেচ খেলি ধাৱনে তিনিটা অর্ধশতক  অৰ্জন কৰিছে।

 

কান্ধৰ আঘাতৰ বাবে এই প্ৰতিযোগিতাত তিনিখন মেচ খেলিব নোৱাৰিলে ধাৱানে। এতিয়ালৈকে তেওঁৰ সংগ্ৰহ কৰিছে ৩৪৯ ৰান । সৰ্বোচ্চ অপৰাজিত ৰাণৰ পৰিমান  ৯৯। পঞ্জাৱৰ অধিনায়কগৰাকীয়ে গড় ৰান ৫৮.১৭। ষ্ট্ৰাইক ৰেট ১৪৩.৬২।

 

আই পি এলত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰিছে  ৱার্ণাৰে। দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে এই পৰ্যন্ত ৫৭টা অর্ধশতক অর্জন কৰিছে। ইমান দিনে দ্বিতীয় স্থানত আছিল কোহলী। সোমবাৰে তেওঁক স্পৰ্শ কৰে ধাৱানে। দুয়োৰে আই পি এলতঅর্ধশতকে সংখ্যা ৫০টা । কোহলীয়ে এই পৰ্যন্ত ২৩৩খন খেল খেলিছে। ধাৱানৰ খেলৰ সংখ্যা ২১৪খন। ইয়াৰ পিছতে আন দুজন বেটছমেনে অর্জন কৰিছে ৪০টাকৈ অর্ধশতক ৷ তেওঁলোক হ’ল এ বি ডি ভিলিয়াৰ্ছ আৰু ৰোহিত শৰ্মা।

Previous Post

ফ্ৰীজ খুলিলেই বেয়া দুর্গন্ধ ওলাই নেকি ? ঘৰুৱা উপায়েৰে ফ্ৰীজ কেনেকৈ দুর্গন্ধমুক্ত কৰিব ?

Next Post

১৩ মে’ত আপ নেতা ৰাঘৱ চাদ্দাৰ-অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বাগদান , ক’ত হ’ব এই বিশেষ অনুষ্ঠান ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
১৩ মে’ত আপ নেতা ৰাঘৱ চাদ্দাৰ-অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বাগদান , ক’ত হ’ব এই বিশেষ অনুষ্ঠান ?

১৩ মে’ত আপ নেতা ৰাঘৱ চাদ্দাৰ-অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বাগদান , ক’ত হ’ব এই বিশেষ অনুষ্ঠান ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7