VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মেছিৰ ১০০ গ’ল ! নতুন ক্লাবলৈ গৈ গঢ়িলে নতুন অভিলেখ গঢ়িলে মেছিয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 28, 2023
in ক্ৰীড়া
মেছিৰ ১০০ গ’ল ! নতুন ক্লাবলৈ গৈ গঢ়িলে নতুন অভিলেখ গঢ়িলে মেছিয়ে
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান ক্লাব ইণ্টাৰ মিয়ামিৰ হৈ দ্বিতীয়খন মেচত নজিৰ গঢ়িলে লিয়নেল মেছিয়ে। তেওঁ নিজৰ কেৰিয়াৰত দেশ আৰু ক্লাবকে ধৰি বিভিন্ন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ১০০টা গ’ল দিয়াৰ নতুন নজিৰ গঢ়ে।

 

মেজৰ ছকাৰ লীগ ক্লাবটোৰ হৈ মেছিয়ে দুখন মেচত তিনিটা গ’ল দিয়ে। ক্ৰুজ আজুলৰ বিৰুদ্ধে অভিষেক মেচত খেলখনৰ একেবাৰে শেষ মুহূৰ্ততে পেনাল্টি স্পটৰ পৰা গ’ল দিয়ে তেওঁ । পৰৱৰ্তী মেচত আটলান্টা ইউনাইটেডৰ বিৰুদ্ধে প্ৰথমাৰ্ধত মেছিয়ে দুটা গ’ল দিয়ে। পিছত আন এটা গ’ল দিয়ে মেছিয়ে। আটলাণ্টাৰ বিৰুদ্ধে গ’ল দি মেছিয়ে নজিৰ গঢ়ি তোলে ৷

 

২০০৪–০৫ ছিজনত আলবাচেটেৰ বিৰুদ্ধে বাৰ্চিলোনাৰ হৈ মেছিয়ে কেৰিয়াৰৰ প্ৰথমটো গ’ল দিছিল। ৮৭ মিনিটত তেওঁ বিকল্প হিচাপে খেলপথাৰত সোমাই গ’লকীপাৰৰ মূৰৰ ওপৰেৰে ৰ’নাল্ডিনহ’ৰ পাছৰ পৰা গ’ল দিছিল । বাৰ্চিলোনাৰ মূল দলৰ হৈ খেলাৰ পূৰ্বে মেছিয়ে গ্ৰেণ্ডোলি, নিউৱেল অল্ড বয়ছ আৰু বাৰ্চিলোনাৰ যুৱ দলৰ হৈ খেলিছিল। ২০০৩ চনত বাৰ্চিলোনা চি দলৰ হৈ ১০খন খেলত ৫টা গ’ল দিছিল। বাৰ্চিলোনাৰ বি দলৰ হৈ ২২খন খেলত ৬টা গ’ল দিয়ে। ২০০৩ চনৰ ১৬ নৱেম্বৰত বাৰ্চিলোনাৰ ছিনিয়ৰ দলত অভিষেক ঘটে মেছিৰ। কিন্তু প্ৰথমটো গ’ল পাবলৈ আৰু এবছৰ অপেক্ষা কৰিবলগীয়া হৈছিল ৷

 

২০২১ চনলৈকে মেছিয়ে বাৰ্চিলোনাৰ হৈ খেলিছিল। এই সময়ছোৱাত স্পেনিছ ক্লাবটোৰ হৈ মেছিয়ে ৫২০খন খেলত ৪৭৪টা গ’ল দিয়ে। বাৰ্চিলোনাৰ হৈ মেছিয়ে মুঠ ৩৪ টা ট্ৰফী লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ১০খন লা লিগছ, ৪খন চেম্পিয়নছ লীগ আৰু ৭খন কোপা ডেল ৰেইছ। তাৰ লগতে লিঅ’ই তিনিটা ক্লাব বিশ্বকাপ, তিনিটা ইউএফএ ছুপাৰ কাপ আৰু ৭টা স্পেনিছ ছুপাৰ কাপও লাভ কৰে। তেওঁ বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটাও লাভ কৰে।

Previous Post

আহল বহল চিন্তাবোৰ

Next Post

তেলেংগানাত ভয়াৱহ ৰূপ লৈছে বানপানীয়ে, নিশাৰ ভিতৰতে ১৫ ফুট পানীত বুৰ গ’ল গাওঁ, গছত উঠি-ছাদত আশ্ৰয় লৈ জীৱন বচালে স্থানীয় লোকে

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
তেলেংগানাত ভয়াৱহ ৰূপ লৈছে বানপানীয়ে, নিশাৰ ভিতৰতে ১৫ ফুট পানীত বুৰ গ’ল  গাওঁ, গছত উঠি-ছাদত আশ্ৰয় লৈ জীৱন বচালে স্থানীয় লোকে

তেলেংগানাত ভয়াৱহ ৰূপ লৈছে বানপানীয়ে, নিশাৰ ভিতৰতে ১৫ ফুট পানীত বুৰ গ’ল গাওঁ, গছত উঠি-ছাদত আশ্ৰয় লৈ জীৱন বচালে স্থানীয় লোকে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7