VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 16, 2023
in ক্ৰীড়া
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

 

পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে লিয়নেল মেছিৰ চুক্তিৰ ম্যাদ জুন মাহত শেষ হ’ব। ইয়াৰ পিছত কি কৰিব মেছিয়ে? পি এছ জিৰ সৈতে চুক্তি বৃদ্ধি কৰিব? নে আন এটা ক্লাবত যোগদান কৰে? ইয়াক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ৷ অৱশ্যে ছৌদি আৰৱত দেখা গৈছে মেছিৰ পিতৃ জৰ্জক। তেওঁ মেছিৰ এজেণ্টো। গতিকে জৰ্জে নতুন ক্লাবৰ লগত কথা পাতিবলৈ ছৌদিলৈ গৈছে নেকি তাক লৈয়ো চর্চা আৰম্ভ হৈছে ৷

 

স্পেইনৰ বাতৰি কাকত মাৰ্কাই প্ৰকাশ কৰা অনুসৰি জৰ্জক ৰিয়াধৰ ৰাজপথত দেখা গৈছিল। কোনো ক্লাবক লগ কৰিবলৈ তালৈ গৈছিল নেকি নিশ্চিত নহয়। অৱশ্যে মাৰ্কাৰে দাবী কৰে যে জৰ্জে চৌদি ক্লাব আল হিলালৰ বিষয়াসকলৰ সৈতে কথা পাতিবলৈ গৈছিল। নহ’লে তেওঁ সেই দেশলৈ কিয় যাব? ইতিমধ্যে আল হিলালে মেছিক ১৯৩৫ কোটি টকা আগবঢ়াইছে। অৱশেষত সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে নেকি আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়কে?

 

ছৌদি প্ৰ’ লীগত আল নাছেৰৰ প্ৰতিদ্বন্দ্বী ক্লাব হৈছে আল হিলাল। ক্রিষ্টিয়ানো ৰোনাল্ডোৱে আল নাছেৰৰ হৈ খেলে। আল হিলালে ছৌদি ক্লাবলৈ যোৱাৰ পিছৰে পৰা মেছিক নিজৰ ক্লাবলৈ অনাৰ চেষ্টা চলাই আহিছে। সেই প্ৰচেষ্টা এইবাৰ সফল হ’বলৈ গৈ আছে? জৰ্জৰ ৰিয়াধলৈ যোৱাটোৱে সেই জল্পনা-কল্পনাক অধিক গাঢ় কৰি তুলিছে ৷

 

পি এছ জিৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰা নাছিল মেছিয়ে। পেৰিছৰ ক্লাবত তেওঁ সুখী নহয়। গতিকে বিশ্বকাপৰ সোণালী বল বিজয়ী তাৰকাগৰাকীয়ে আৰু তাত থাকিব নিবিচাৰে। কেইবাটাও ক্লাবে মেছিৰ সৈতে আলোচনাত মিলিত হৈছে। মেজৰ লীগ ছকাৰ ক্লাব ইণ্টাৰ মিয়ামীয়েও মেছিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত তেওঁৰ গন্তব্যস্থান হ’ব পাৰে ছৌদি।

Previous Post

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই
ক্ৰীড়া

এছিয়ান গেমছত পুনৰ সাফল্য অসম সন্তানৰ, ছেমিফাইনেলত দৌৰবিদ অম্লান বৰগোহাঁই

October 1, 2023
বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা
ক্ৰীড়া

বিৰাটৰ বিশ্বকাপৰ প্ৰস্তুতিত কণা, বর্ষাপাৰা মেচত বর্ষাৰ বাধা

September 30, 2023
এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ
ক্ৰীড়া

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে লাভলিনাই, সহজ জয়ৰে ছেমিফাইনেলত প্ৰৱেশ

September 30, 2023
বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!
ক্ৰীড়া

বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

September 29, 2023
শ্বুটিঙত  পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান
ক্ৰীড়া

শ্বুটিঙত পুনৰ পদক অৰ্জন ভাৰতীয় খেলুৱৈৰ, এছিয়ান গেমছত অব্যাহত পদক জয়ৰ অভিযান

September 29, 2023
পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে
ক্ৰীড়া

পিতৃ যায় প্ৰতিবাদলৈ, মাতৃয়ে দিয়ে গাঁওৰ পহৰাঃ পৰিয়ালৰ সৈতে দিয়া হোৱা নাছিল কথা পাতিবলৈ, ৱুশ্বুত ৰূপৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰিলে মণিপুৰৰ ৰছিবিনা দেৱীয়ে

September 28, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7