VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?

প্ৰতিষ্ঠানগত বৰ্ণবাদৰ ভুক্তভোগী হোৱা বুলি কোনে কৰিছিল অভিযোগ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 29, 2022
in ক্ৰীড়া
কিয় ‘কমেণ্টেটৰ’ৰ ভূমিকাৰ পৰা অব্যাহতি ল’ব লগা হ’ল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ?
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা জনপ্ৰিয়  ক্ৰিকেটাৰ মাইকেল ভনে ২০০৯ চনত য়ৰ্কশায়াৰৰ এখন খেলৰ আগতে বৰ্ণবাদী মন্তব্য কৰাৰ বাবে  সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিবিচিৰ কমেণ্টেটৰৰ ভূমিকাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।

বিবিচিৰ আভ্যন্তৰীণ বৈচিত্ৰ্য গোটে  ( in-house diversity group) হেডিংলিত নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ বাবে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনক ভাষ্যকাৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বাবে সম্প্ৰচাৰক সমালোচনা কৰিছিল। আনহাতে এক প্ৰতিবেদন অনুসৰি, বিবিচি স্পোৰ্টৰ ব্লেক, এছিয়ান আৰু সংখ্যালঘু জাতিগোষ্ঠীয়ে কৰ্মচাৰীসকললৈ এটা ইমেইলপ্ৰেৰণ কৰি ইয়াক “সম্পূৰ্ণৰূপে অযোগ্য” বুলি অভিহিত কৰিছিল ।

উল্লেখযোগ্য যে  প্ৰাক্তন খেলুৱৈ আজিম ৰফিকে কৰা বৰ্ণবাদৰ অভিযোগত অভিযুক্ত হোৱা ভনে ৰেডিঅ’ ৫ ত তৃতীয় টেষ্টৰ বাবে লাইভ কমেণ্ট্ৰী কৰি আছিল।

পাকিস্তানী বংশোদ্ভূত ইংলেণ্ডৰ ১৯-অনুৰ্ধ দলৰ  প্ৰাক্তন  অধিনায়ক ৰফিকে তেওঁ ক্লাবটোত প্ৰতিষ্ঠানগত বৰ্ণবাদৰ ভুক্তভোগী হৈছিল বুলি যোৱা বছৰ অভিযোগ কৰিছিল  । উক্ত অভিযোগটোৱে ইংলেণ্ডৰ  ক্ৰিকেটক ইয়াৰ শিপালৈকে জোকাৰি গৈছিল আৰু য়ৰ্কশায়াৰত প্ৰশিক্ষণ আৰু প্ৰশাসনিক কৰ্মচাৰীৰ মাজতো  বহুতো পৰিৱৰ্তন আনিছিল।

উল্লেখযোগ্য যে   বৰ্ণবাদী মন্তব্যৰে অভিযুক্ত হোৱাৰ  পিছত  ভনক বিগত বৰ্ষৰ  নৱেম্বৰত ‘এছেজ’ (Ashes)ৰ কভাৰেজৰ পৰাও  বাদ দিয়া হৈছিল।

Previous Post

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব ঈশা আম্বানী

Next Post

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ’এনজিচিৰ হেলিকপ্টাৰ

Related Posts

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি  মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক
ক্ৰীড়া

১ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অর্জনত ব্যর্থ হিমা দাস, তিনি মল্লযুঁজাৰুৱে আনিলে সোণৰ পদক

August 6, 2022
পদকৰ আশা সজীৱ কৰি ৰখা  হিমাই আজি খেলিব ছেমি ফাইনেল
ক্ৰীড়া

পদকৰ আশা সজীৱ কৰি ৰখা হিমাই আজি খেলিব ছেমি ফাইনেল

August 5, 2022
অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ
ক্ৰীড়া

অহা ২ অক্টোবৰত গুৱাহাটীত ভাৰত –দক্ষিণ আফ্ৰিকাৰ টি-২০মেচ

August 4, 2022
অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক
ক্ৰীড়া

অসমত ডিএছপি হিচাপে পদোন্নতি দিয়া হ’ব ‘কমনৱেলথ গেমছ, ২০২২’ত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক

August 3, 2022
কমনৱেলথ গেমছৰ পঞ্চমটো দিনত  ভাৰোত্তোলণত ভাৰতৰ পুনম
ক্ৰীড়া

কমনৱেলথ গেমছৰ পঞ্চমটো দিনত ভাৰোত্তোলণত ভাৰতৰ পুনম

August 2, 2022
কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ
ক্ৰীড়া

কমনৱেলথত অভিলেখ ৰচি সোণৰ পদক লাভ অচিন্ত ছেউলিৰ

August 1, 2022
Next Post
আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়  অ’এনজিচিৰ হেলিকপ্টাৰ

আৰৱ সাগৰৰ ‘সাগৰ কিৰণ ৰিগ’লৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় অ'এনজিচিৰ হেলিকপ্টাৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7