VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই পি এলত এতিয়ালৈ দেখা নাই জয়ৰ মুখ, গুজৰাটৰ সোমনাথ মন্দিৰত পূজা মুম্বাইৰ অধিনায়ক হার্দিকৰ

voicedesk by voicedesk
April 6, 2024
in ক্ৰীড়া
আই পি এলত এতিয়ালৈ দেখা নাই জয়ৰ মুখ, গুজৰাটৰ সোমনাথ মন্দিৰত পূজা  মুম্বাইৰ অধিনায়ক হার্দিকৰ
0
SHARES
138
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ সোমনাথ মন্দিৰত আজি পূজা অর্চনা কৰে  হাৰ্দিক পাণ্ডিয়াই। এইবাৰৰ আই পি এলত এতিয়ালৈকে এখনো মেচত  জয়ী হোৱা নাই মুম্বাই ইণ্ডিয়ানছ। সেই দলৰ অধিনায়ক হার্দিক। যোৱা বছৰ তেওঁ গুজৰাট টাইটানছৰ অধিনায়ক আছিল। হাৰ্দিকৰ জন্ম হৈছিল গুজৰাটত।

 

১ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বাই পৰাস্ত হৈছিল। পৰৱৰ্তী মেচ দেওবাৰে অনুষ্ঠিত হ’ব । ছয় দিনৰ বিৰতি লাভ কৰিছে মুম্বাই দলে । সেই সময়ত গোটেই দলটো ভ্ৰমণৰ বাবে গুজৰাটলৈ গৈছিল। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত এই ভ্ৰমণৰ সময়তে হাৰ্দিকক সোমনাথ মন্দিৰত পূজা কৰা দেখা গৈছে।

 

মুম্বাইয়ে এই পৰ্যন্ত তিনিখন মেচ খেলিছে। তিনিওখনতে পৰাজিত হৈছে দলটো ৷ আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাজয়ৰ পৰা হাৰ্দিকৰ পুৰণি দলটোৱে আৰম্ভণি কৰিছিল। ইয়াৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত হয়। সেই মেচত হায়দৰাবাদে ২৭৭ ৰান সংগ্ৰহ কৰিছিল। সেই ৰানৰ প্ৰত্যুত্তৰত মুম্বাইয়ে ২৪৬ ৰান সংগ্ৰহ কৰে। শেষৰখন খেলত ৰাজস্থানৰ বিৰুদ্ধে পৰাস্ত হৈছিল মুম্বাই। পাঁচবাৰৰ আই পি এল বিজয়ী দলটো এতিয়াও লীগ টেবুলৰ তলত আছে। অহা ৭ এপ্ৰিলত জয়লাভ কৰি আই পি এলত বিজয়ী তালিকালৈ ঘূৰি আহিব বিচাৰিব হাৰ্দিকে। ৱাংখেদেত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব মুম্বাইয়ে। সেই মেচৰ আগতে অধিনায়কে পূজা আবঢ়ায় ৷

 

দিল্লী মেচৰ পূর্বে মুম্বাইয়ে সূৰ্যকুমাৰ যাদৱক পুনৰ দলত স্থান দিছে৷ ইমান দিনে আঘাতৰ বাবে খেলিব পৰা নাছিল যাদৱে। তেওঁ পুনৰ দলত যোগদান কৰাৰ লগে লগে মুম্বাইৰ বেটিং অধিক শক্তিশালী হ’ব।

 

Previous Post

“সোণৰ চামুচ মুখত লৈ”ৰ স্ৰষ্টা –সাহিত্য অকাডেমি বঁটাপ্ৰাপক ডঃ প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান

Next Post

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7