VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পেলেৰ ইচ্ছা! অচিনাকি মহিলাৰ নামত লিখি থৈ গ’ল পত্নীতকৈয়ো অধিক সম্পত্তি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 9, 2023
in ক্ৰীড়া
পেলেৰ ইচ্ছা! অচিনাকি মহিলাৰ নামত লিখি থৈ গ’ল পত্নীতকৈয়ো অধিক সম্পত্তি
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিশ্ৰুত ফুটবল তাৰকা পেলেৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী মাৰ্চিয়া ছিবেলা আওকিয়ে মুঠ সম্পত্তিৰ মাত্ৰ ৩০ শতাংশহে লাভ কৰিব।মার্চিয়া  পেলেৰ তৃতীয় আৰু শেষ পত্নী। মৃত্যুৰ পূৰ্বে ব্ৰাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে সম্পত্তিৰ ভাগ বাটোৱাৰা কৰি থৈ গৈছিল ৷ সেই অনুসৰি সম্পত্তিৰ বিভাজন কৰা হ’ব।কিন্তু ইয়াৰ মাতে  এগৰাকী অচিনাকি মহিলাৰ কথা উল্লেখ আছে। যাক পেলেৰ কন্যা বুলি অনুমান কৰা হৈছে। কিন্তু পেলেই জীৱিত অৱস্থাত তেওঁৰ কথা কেতিয়াও কোৱা নাছিল।

 

মাৰ্চিয়াৰ অধিবক্তা লুইজ কিগনেলে কয় যে তেওঁৰ ক্লায়েণ্টে গুৱাৰুজাত এটা বিলাসী ঘৰ পাব। পেলে আৰু তেওঁৰ পত্নীয়ে তাতেই বাস কৰিছিল। সাগৰৰ পাৰৰ সেই ঘৰটো এতিয়া তেওঁৰ পত্নীৰ মালিকানাধীন হ’ব । যোৱা বছৰৰ ডিচেম্বৰ মাহত পেলেৰ মৃত্যু হৈছিল। তেওঁৰ বয়স আছিল ৮২ বছৰ। তেওঁৰ সম্পত্তিৰ মুঠ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। পত্নীৰ ৩০ শতাংশ বাদ দি বাকী ৭০ শতাংশ পেলেৰ সন্তান আৰু এগৰাকী অচিনাকি মহিলাই লাভ কৰিব । কিগনেলে কয় “এগৰাকী ছোৱালীৰ কথা উল্লেখ আছে। অৱশ্যে ডি এন এ পৰীক্ষাৰ পিছত তেওঁ কোন সেয়া প্ৰমাণিত হ’ব। ফুটবলাৰজনৰ শাৰীৰিক অৱস্থাৰ বাবে পেলে জীয়াই থকাৰ সময়ত তেনে কৰাটো সম্ভৱ নাছিল।’

 

ব্ৰাজিলৰ এগৰাকী মহিলাই নিজকে পেলেৰ কন্যা বুলি পৰিচয় দিছে। সেই দাবী কৰি তেওঁ আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পেলেক ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল। যিটো সম্ভৱ নাছিল। এতিয়া পেলেৰ সাতটা সন্তানৰ ডি এন এ পৰীক্ষা কৰা হ’ব। তেতিয়াহে অচিনাকি মহিলাগৰাকীৰ পৰিচয় সম্পৰ্কে সঠিক তথ্য উপলব্ধ হ’ব।

 

যোৱা বছৰৰ ২৯ ডিচেম্বৰৰ নিশা পেলেৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত ২৯ নৱেম্বৰত ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত তেওঁ ঘৰলৈ উভতি নাহিল।

 

Previous Post

আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?

Next Post

ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7